140 no. Banariya Chapori LP School

140 no. Banariya Chapori LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 140 no. Banariya Chapori LP School, School, Banariya Chapori Majuli, Majuli-Bongaon.

প্ৰাতঃ সভাৰ আলোক চিত্ৰ #১৪০ নং বনৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়।গুণোৎসৱৰ দিনা
06/02/2023

প্ৰাতঃ সভাৰ আলোক চিত্ৰ #১৪০ নং বনৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়।গুণোৎসৱৰ দিনা

গুণোৎসৱৰ বাবে ১৪০ নং বনৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
19/01/2023

গুণোৎসৱৰ বাবে ১৪০ নং বনৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

শিক্ষক সকলৰ ফালৰ পৰা আজি ছাত্ৰ-ছাত্ৰী সকলক পৰিচয় পত্ৰ উপহাৰ দিয়া হয়।
12/01/2023

শিক্ষক সকলৰ ফালৰ পৰা আজি ছাত্ৰ-ছাত্ৰী সকলক পৰিচয় পত্ৰ উপহাৰ দিয়া হয়।

11/01/2023

আমাৰ কৰ্ম স্থলী ১৪০ নং বনৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়।বিদ্যালয় খনি ব্ৰহ্মপুত্ৰৰ চাপৰি বনৰীয়া চাপৰিত ১৯৬২ চনতেই প্ৰতিষ্ঠা লাভ কৰিছিল।ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া,বনৰীয়া হাতীৰ উপদ্ৰপ, বানপানীৰ আদি একাধিক সমস্যাৰ মাজেৰে আহি বৰ্তমান তিনিজন শিক্ষক,অভিভাৱক তথা ৰাইজৰ সহযোগত কিছু ঠন ধৰি উঠিছে।
বিদ্যালয় খনি সৰ্ব দিশত আগবঢ়াই নিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰখা হৈছে।বিদ্যালয় খনি আৰু আগবঢ়াই নিয়াৰ উদ্দেশ্যে সকলোৰে পৰা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰি সকলোকে পেজটোলৈ স্বাগতম জনালোঁ।
ধন্যবাদেৰে
বিদ্যালয় কৰ্তৃপক্ষ ।

Address

Banariya Chapori Majuli
Majuli-Bongaon
785105

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 12:30pm

Website

Alerts

Be the first to know and let us send you an email when 140 no. Banariya Chapori LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category