Lumding Government LP School

Directions

Lumding Government LP School school

আমাৰ বিদ্যালয়ত মৰমৰ জুবিনদালৈ শ্ৰদ্ধাঞ্জলি 🪔🪔
20/09/2026

আমাৰ বিদ্যালয়ত মৰমৰ জুবিনদালৈ শ্ৰদ্ধাঞ্জলি 🪔🪔

ছাত্ৰ ছাত্ৰীৰ ওজন আৰু উচ্চতা জোখা হৈছে।
18/09/2026

ছাত্ৰ ছাত্ৰীৰ ওজন আৰু উচ্চতা জোখা হৈছে।

🌺২০২৫-২৬ বৰ্ষৰ সফুঁৰা বৃত্তি পৰীক্ষাত উতীৰ্ণ হোৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰ শ্ৰী মনিৰাজ ডেকা আৰু তৃতীয় শ্ৰেনীৰ ছাত্ৰী শ্ৰীমতী...
17/09/2026

🌺২০২৫-২৬ বৰ্ষৰ সফুঁৰা বৃত্তি পৰীক্ষাত উতীৰ্ণ হোৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰ শ্ৰী মনিৰাজ ডেকা আৰু তৃতীয় শ্ৰেনীৰ ছাত্ৰী শ্ৰীমতী আৰোহী দমাই। দুয়োলৈ অভিনন্দন জনালোঁ।

🌺বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত উত্তম কৰ্মকাৰ মহোদয়ৰ দ্বাৰা পাঠদান।🌺
17/09/2026

🌺বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত উত্তম কৰ্মকাৰ মহোদয়ৰ দ্বাৰা পাঠদান।🌺

শ্ৰীযুত দীপাংকৰ পাল ছাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক অসমীয়া ব্যাকৰণ নিজৰ ধনেৰে আগবঢ়ায়। ধন্যবাদ ছাৰ আপোনাক, আপোনাৰ এই ...
17/09/2026

শ্ৰীযুত দীপাংকৰ পাল ছাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক অসমীয়া ব্যাকৰণ নিজৰ ধনেৰে আগবঢ়ায়। ধন্যবাদ ছাৰ আপোনাক, আপোনাৰ এই সহায়ৰ বাবে 🙏

17/09/2026

শ্ৰীযুত দীপংকৰ পাল ছাৰে তেখেতৰ ককায়েকৰ এমহীয়া মৃত্যু তিথিত' ক ' শ্ৰেনীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীক কলম আৰু পেঞ্চিল দিয়ে।

🌺নতুন বিদ্যালয় পৰিচালনা সমিতি গঠন 🌺🌺।           10/09/2026
10/09/2026

🌺নতুন বিদ্যালয় পৰিচালনা সমিতি গঠন 🌺🌺।
10/09/2026

09/09/2026

❤️ৰাতি বৰষুণ হৈ পানী জমা হোৱা বাবে কাগজৰ নাও সাজি উমলি আছে ।❤️

Address

Lumding
782447

Opening Hours

9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Lumding Government LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category