LEDO ITI

LEDO ITI Ledo Industrial Training Institute

28/02/2025
28/02/2025

It is to inform you that your marks have been decleared.
100% of our candidates have passed with flying colours.

You can check your marks by opening your respective profile at https://iti.assam.gov.in/mis/
with your phone number.

আমি জনাবলৈ পাই অতিকে মৰ্মাহত হৈছো যে যোৱা ১ জুনৰ নিশা আমাৰ লিডু আই.টি.আই.ৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত এজন বহু প্ৰতিভাসম্পন্...
07/06/2024

আমি জনাবলৈ পাই অতিকে মৰ্মাহত হৈছো যে যোৱা ১ জুনৰ নিশা আমাৰ লিডু আই.টি.আই.ৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত এজন বহু প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ আদিত্য ভূমিজক শিক্ষানুষ্ঠানখনৰ বাহিৰৰ কেইজন মান উদন্ত যুৱকে, ছাত্ৰজনৰ নামদাংস্থিত বাসগৃহৰ পৰা কিছু নিলগত নিৰ্মমভাৱে হত্যা কৰিছিল । ইতিমধ্যে এই হত্যাৰ লগত জড়িত তিনিজন নৰপিশাচক পুলিচে আটক কৰিবলৈ সক্ষম হৈছে। এই ঘটনাক আমাৰ শিক্ষানুষ্ঠানৰ ফালৰ পৰা তীব্ৰভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক আইনগত ভাৱে উচিত শাস্তি দিবলৈ দাবী জনালোঁ।
এজন অমায়িক আৰু মেধাৱী ছাত্ৰৰ মৃত্যু আমাৰ শিক্ষানুষ্ঠান খনৰ বাবে এক ডাঙৰ ক্ষতি। প্ৰয়াত ছাত্ৰ আদিত্য ভুমিজৰ স্মৃতিত যোৱা ইং ৩ জুন তাৰিখে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক মিলিত হৈ এক শোক সভা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ জনৰ স্মৃতিত শিক্ষানুষ্ঠাখনৰ চৌহদত গছপুলি ৰূপণ কৰা হয়। এই দুখৰ ক্ষণত আমি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

09/05/2024

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীলৈ শুভেচ্ছা জনালো ।

আই.টি.আই. লিডুত নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক শিক্ষাৰ্থী সকলে যোগাযোগ কৰিব পাৰে। এইবাৰৰ শিক্ষাবৰ্ষৰ পৰা NCVT ৰ...
26/04/2024

আই.টি.আই. লিডুত নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক শিক্ষাৰ্থী সকলে যোগাযোগ কৰিব পাৰে। এইবাৰৰ শিক্ষাবৰ্ষৰ পৰা NCVT ৰ অধিনত শিক্ষাদান কৰা হব।

আমাৰ পাঠ্যক্ৰম সমূহঃ
১) ইলেক্ট্ৰিচিয়ান
২) ফিটাৰ
৩) ডিজেল মেকানিক
৪) ৱেল্ডাৰ
৫) কম্পিউটাৰ আপাৰেটিং আৰু প্ৰগামিং এছিচটেণ্ট (COPA)

Last Chance For Admission for the session 2023-24. A few seats available..Hurry Hurry
01/11/2023

Last Chance For Admission for the session 2023-24. A few seats available..Hurry Hurry

Hurry Hurry Hurry.. Admission open.. Limited seats only..
31/05/2023

Hurry Hurry Hurry.. Admission open.. Limited seats only..

Hurry Hurry Hurry.. Admission open for one of the best institute for technical education..
10/04/2023

Hurry Hurry Hurry.. Admission open for one of the best institute for technical education..

Come on Limited Seats Available Last Date Of Admission is 15th August. Ledo ITI, The Centre Of Excellence In Industrial ...
25/07/2022

Come on Limited Seats Available Last Date Of Admission is 15th August. Ledo ITI, The Centre Of Excellence In Industrial Training.

The Orientation Day for the new students at Ledo ITI was successfully completed today at ITI premises. It was wonderful ...
11/12/2021

The Orientation Day for the new students at Ledo ITI was successfully completed today at ITI premises. It was wonderful to see active participation from both parents and students. The excitement of new students and the satisfaction on the face of the parents was really encouraging for us.

The last day to take admission is 15th of December 2021 for the session 2021-23.So Hurry up last few seats available..Trades Available Diesel Mechanic, Welder, COPA, Electrician and Fitter.

Address

Ledo Road Gaon, Mulang Road
Ledo
786182

Opening Hours

Monday 8:30am - 4pm
Tuesday 8:30am - 4pm
Wednesday 8:30am - 4pm
Thursday 8:30am - 4pm
Friday 8:30am - 4pm
Saturday 8:30am - 4pm

Telephone

+919101057449

Alerts

Be the first to know and let us send you an email when LEDO ITI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to LEDO ITI:

Shortcuts

Share

Category