KAKI AMPUKHURI JATIYA VIDYALAYA

Call Directions

KAKI AMPUKHURI JATIYA VIDYALAYA knowledge is our meditation..

14/09/2026
শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
05/09/2026

শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

অতিকৈ চেনেহৰ মুগাৰে মহুৰা ,তাতোকৈ চেনেহৰ মাকো,তাতোকৈ চেনেহৰ বহাগৰ বিহুটিনেপাতি কেনেকৈ থাকো ।।সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ...
14/04/2026

অতিকৈ চেনেহৰ মুগাৰে মহুৰা ,
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো ।।
সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু হেঁপাহৰ ৰঙালী বিহুৰ হিয়াঁভৰা শুভেচ্ছা যাচিলো।।

আমপুখুৰি জাতীয় বিদ্যালয়ৰ 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 13 গৰাকী পৰীক্ষাৰ্থীক আৰু পিতৃ মাতৃক ...
13/04/2026

আমপুখুৰি জাতীয় বিদ্যালয়ৰ 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 13 গৰাকী পৰীক্ষাৰ্থীক আৰু পিতৃ মাতৃক আজি সম্বৰ্ধনা জনোৱা হয় । প্ৰথম বিভাগত লেটাৰ নম্বৰ সহ এজন দ্বিতীয় বিভাগত লেটাৰ নম্বৰ সহ ১০ জন আৰু তৃতীয় বিভাগত ২ জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়।

13/04/2026

যোগা যোগ কৰিব 🙏

21/01/2026

প্ৰাতঃসভাৰ প্ৰাৰ্থনা

Address

Lanka
782442

Telephone

+18638026280

Website

Alerts

Be the first to know and let us send you an email when KAKI AMPUKHURI JATIYA VIDYALAYA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category