Udali High School

Udali High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Udali High School, Education, Udali Bazar, Lanka.

অগ্নি সেৱা সপ্তাহ Awareness campaign and mock drill organised by Fire & Emergency Services,Assam 09/05/2026
09/05/2026

অগ্নি সেৱা সপ্তাহ

Awareness campaign and mock drill organised by Fire & Emergency Services,Assam

09/05/2026

উদালী হাই স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান তথা নৱাগত আদৰণি সভা।মুখ্য অতিথি ...
09/05/2026

উদালী হাই স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান তথা নৱাগত আদৰণি সভা।
মুখ্য অতিথি ৰূপে উপস্থিত থাকে স্কুল পৰিদৰ্শক মহোদয়।

০৬/০৫/২০২৬

11/04/2026

এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ উদালী হাই স্কুলৰ পৰা মুঠ ৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
📌 ১২ গৰাকী ১ম বিভাগত
📌 ২৫ গৰাকী ২য় বিভাগত
📌 ১৪গৰাকী ৩য় বিভাগত উত্তীর্ণ হয়।
📌 এগৰাকীযে Distinction
📌 তিনিগৰাকীয়ে Star লাভ কৰিবলৈ সক্ষম হয়।

Address

Udali Bazar
Lanka

Website

Alerts

Be the first to know and let us send you an email when Udali High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share