Nilbagan Jatio Vidyalaya Nakhuti/নীলবাগান জাতীয় বিদ্যালয় নখুটি

  • Home
  • India
  • Lanka
  • Nilbagan Jatio Vidyalaya Nakhuti/নীলবাগান জাতীয় বিদ্যালয় নখুটি

Nilbagan Jatio Vidyalaya Nakhuti/নীলবাগান জাতীয় বিদ্যালয় নখুটি জ্ঞানেই জ্যোতি

জ্ঞানেই শক্তি

19/09/2026
19/09/2026

.

নীলবাগান জাতীয় বিদ্যালয় নখুটিৰ গৌৰৱ কঢ়িয়াই অনা কীৰ্তিমান ছাত্ৰ হিতেশ ঘোষে NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ চিকিৎসা ...
13/09/2026

নীলবাগান জাতীয় বিদ্যালয় নখুটিৰ গৌৰৱ কঢ়িয়াই অনা কীৰ্তিমান ছাত্ৰ হিতেশ ঘোষে NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ চিকিৎসা শিক্ষাৰ দিশত এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে।

তেওঁৰ এই কৃতিত্বত নীলবাগান জাতীয় বিদ্যালয় নখুটিৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু লক্ষ্যপ্ৰতি নিষ্ঠা নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক অনুকৰণীয় দৃষ্টান্ত।

তেওঁৰ আগন্তুক শৈক্ষিক আৰু পেছাগত জীৱন সফলতা, সুনাম আৰু উজ্জ্বল ভৱিষ্যতেৰে সমৃদ্ধ হওক—এয়াই আমাৰ আন্তৰিক কামনা।

— নীলবাগান জাতীয় বিদ্যালয় নখুটি
নখুটি, হোজাই, অসম

Address

Lanka
782446

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 1pm
Sunday 9am - 5pm

Telephone

+918638885806

Website

Alerts

Be the first to know and let us send you an email when Nilbagan Jatio Vidyalaya Nakhuti/নীলবাগান জাতীয় বিদ্যালয় নখুটি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nilbagan Jatio Vidyalaya Nakhuti/নীলবাগান জাতীয় বিদ্যালয় নখুটি:

Shortcuts

Share

Category