লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা

  • Home
  • India
  • Lakwa
  • লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা

লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা উঠি অহা নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰা

12/04/2026

সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলো ।

উঠি অহা নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টাৰে বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, পথাল...
12/04/2026

উঠি অহা নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টাৰে বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, পথালিগড় শাখা সমিতি, চলাপথাৰ শাখা সমিতি আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত যোৱা ইংৰাজী ১৫ মাৰ্চ ২০২৬ তাৰিখৰ পৰা ২৯ মাৰ্চ ২০২৬ লৈকে #লাকুৱা_সৃজনি_সমাজ প্ৰাঙ্গণত ষষ্ঠ বৰ্ষৰ বাবে আয়োজন কৰা #লাকুৱা_কেন্দ্রীয়_বিহু_কৰ্মশালাৰ সামৰণী অনুষ্ঠানৰ লগতে বহাগী আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা ইং ১৮ এপ্ৰিল (৪ ব'হাগ) ২০২৬ তাৰিখ শনিবাৰ #সদৌ_অসম_ভিত্তিত_কণী_যুঁজ_প্ৰতিযোগিতা (পাতি হাঁহৰ কণি আৰু চীনা হাঁহৰ কণি) #আঞ্চলিক_ভিত্তিত_পৰম্পৰাগত_অসমীয়া_পিঠা_পনা_প্ৰতিযোগিতা আয়োজন কৰা হৈছে । অনুষ্ঠানটিৰ সফল ৰূপায়নত সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিলো।
ধন্যবাদ 🙏

(বিদ্ৰ: কণী যুঁজৰ প্ৰতিযোগীসকলে কণী নিজে আনিব লাগিব )

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি
লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
's

11/03/2026

Online নামভৰ্তি চলি আছে ।

ইচ্ছুক সকলে উল্লেখ কৰা Link ত গৈ নামভৰ্তি কৰিব পাৰিব। যদি কিবা অসুবিধাৰ সন্মুখীন হয় উল্লেখিত নম্বৰত Call Or WhatsApp কৰিব।

Online Form Fillup Link : https://bihu-workshop.netlify.app/

Contacts For further information: 9395259181, 8822623919, 9954294051

's

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, পথালিগড় শাখা সমিতি, চলাপথাৰ শাখা সমিতি আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ ...
10/03/2026

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, পথালিগড় শাখা সমিতি, চলাপথাৰ শাখা সমিতি আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ১৫ মাৰ্চ ২০২৬ তাৰিখৰ পৰা ২৯ মাৰ্চ ২০২৬ লৈকে ষষ্ঠ বৰ্ষৰ বাবে #লাকুৱা_সৃজনি_সমাজ প্ৰাঙ্গণত লাকুৱা কেন্দ্রীয় বিহু কৰ্মশালা ( ঢোল বাদন, পেঁপা আৰু বিহু নাচ) অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। গতিকে ইচ্ছুক শিকাৰু ( ন - পুৰণি) প্ৰশিক্ষাৰ্থী তথা অভিভাৱক সকলক Online প-পত্ৰ পূৰণ(Form fillup) কৰিবলৈ অনুৰোধ জনালো।

ভৰ্তিৰ মাচুল: ২০০/-

Online Form Fill up Link : https://bihu-workshop.netlify.app/

যোগাযোগৰ নম্বৰ : 9954294051 / 9395259181 / 8822623919

লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি
Highlight's

20/04/2025

যোৱা ১৮ এপ্ৰিল (৪বহাগ) ৰ দিনা বহাগৰ দিনা বীৰ লাচিত সেনা অসম লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত আয়োজিত বহাগী আদৰণি ও লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিহু উপভোগ কৰিবলৈ অহা বিশাল জনসমুদ্ৰক খুব শৃংখলাবদ্ধভাৱে নিয়ন্ত্ৰণ কৰি আমাৰ অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰাত সহযোগ কৰা লাকুৱা আৰক্ষী থানাৰ পুলিচ প্ৰশাসনৰ লগতে লাকুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি দাস ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনালো , প্ৰশাসনৰ দায়িত্বত থকা সকলৰ সক্ৰিয়তাই অলপো অসুবিধাৰ সৃষ্টি নকৰিলে । ।
Salute সেইসকলক ।
লগতে অতিথি আপ্যায়ন ৰ দায়িত্বত থকা আয়োজক সমিতিৰ প্ৰতিজন সদস্য ৰ লগতে , উজ্জীৱন মইনা পাৰিজাতৰ সমূহ সদস্য স্হানীয় তিনিওখন গাওঁৰে যুৱক যুৱতী সকল আৰু শুভাকাংশী ৰাইজক বীৰ লাচিত সেনা লাকুৱা আঞ্চলিক সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো, আপোনালোকৰ সহায় আৰু সহযোগিতা অনাগত দিনবোৰতো আন্তৰিকতাৰে কামনা কৰিছো, শেষত সকলোটিলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো 🙏🙏🙏

জয়তু লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা ✊
লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি

29/03/2025

লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা ৰ নামভৰ্তিৰ পঞ্জীয়ন চলি আছে গতিকে যিসকল ন শিকাৰুয়ে " ঢোল বাদন, পেঁপা আৰু বিহু নাচ" ৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিছাৰিছে ইংৰাজী ৩০/০৩/২০২৫ তাৰিখৰ আগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি
লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
HighlightsEveryone

বীৰ লাচিত সেনা অসম লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত আয়োজিত লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশ...
29/03/2025

বীৰ লাচিত সেনা অসম লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত আয়োজিত লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা ৰ শুভাৰম্ভণিৰ দিনৰ কিছু দৃশ্য।
স্হান: লাইলৌ বৰুৱা ক্ষেত্ৰ ( লাকুৱা চাৰিঙীয়া কোঁৱৰ ৰাজহুৱা খেলপথাৰ)
২৫/০৩/২০২৫

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি
HighlightsEveryone

HighlightsEveryone
24/03/2025

HighlightsEveryone

পঞ্চম বাৰ্ষিক বহাগী আদৰণী ও লাকুৱা কেন্দ্রীয় বিহু কৰ্মশালাৰ  সামৰণি অনুষ্ঠানৰ আজি লাইখুঁটা পোতা হয়।২৪/০৩/২০২৫লাকুৱা কেন্...
24/03/2025

পঞ্চম বাৰ্ষিক বহাগী আদৰণী ও লাকুৱা কেন্দ্রীয় বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আজি লাইখুঁটা পোতা হয়।
২৪/০৩/২০২৫
লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি

18/03/2025

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ২৫ মাৰ্চ ২০২৫ তাৰিখৰ পৰা ৫ এপ্ৰিল ২০২৫ লৈকে পঞ্চম বৰ্ষৰ বাবে ঐতিহাসিক লাইলৌ বৰুৱা ক্ষেত্রত( চাৰিঙ্গীয়া কোঁৱৰ ৰাজহুৱা খেলপথাৰত ) লাকুৱা কেন্দ্রীয় বিহু কৰ্মশালা ( ঢোল বাদন, পেঁপা আৰু বিহু নাচ) অনুষ্ঠিত হ'ব । নাম ভৰ্ত্তিৰ প - পত্ৰ লাকুৱা কলনি স্হিত লাকুৱা কেন্দ্রীয় বিহু কৰ্মশালাৰ অস্থায়ী কাৰ্যালয়ৰ (পোষ্ট অফিচ আৰু LIC PREMIUM POINTৰ সমীপত) পৰা অহা ইং ২০/০৩/২০২৫ তাৰিখৰ পৰা সংগ্ৰহ কৰিব পাৰিব ।এইবছৰ কৰ্মশালাৰ ভৰ্তিমাচুল ২০০ টকা ধাৰ্য কৰা হৈছে। গতিকে ইচ্ছুক শিকাৰু ( ন - পুৰণি) প্ৰশিক্ষাৰ্থী তথা অভিভাৱক সকলক প-পত্ৰ সংগ্রহ কৰিবলৈ অনুৰোধ জনালো।

যোগাযোগৰ নম্বৰ : 9954294051 / 9435227157 / 8822623919 / 8471882244 /60017 22462

লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
HighlightsEveryone

Address

Lakwa
785698

Website

Alerts

Be the first to know and let us send you an email when লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share