216 No. Lakhipur LP School

216 No. Lakhipur LP School Office page of 216 No. Lakhipur LP School. Managed & Operated by Teacher Staff.

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কাৰ্যসূচীৰ কেইটামান দৃশ্য..Happy Republic Day 🇮🇳
26/01/2026

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কাৰ্যসূচীৰ কেইটামান দৃশ্য..
Happy Republic Day 🇮🇳

25/01/2026
আজি আমাৰ ২১৬ নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক স্মৰণ কৰি একাঁজলি শ্ৰদ্ধা...
17/01/2026

আজি আমাৰ ২১৬ নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক স্মৰণ কৰি একাঁজলি শ্ৰদ্ধা নিবেদন আৰু মৃত্যু তিথিত " শিল্পী দিৱস"ৰ ওপৰত আলোকপাতৰ একাংশ আলোকচিত্ৰ…

02/01/2026

সদৌটি লৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ

প্ৰাণৰ শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ওপজা দিনত তেওঁক স্মৰণ কৰি কণকণ ছাত্ৰ-ছাত্ৰীসকলে একেলগে একেসুৰে মায়াবিনী গাবলৈ সাজু...
18/11/2025

প্ৰাণৰ শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ওপজা দিনত তেওঁক স্মৰণ কৰি কণকণ ছাত্ৰ-ছাত্ৰীসকলে একেলগে একেসুৰে মায়াবিনী গাবলৈ সাজু হোৱা মুহুৰ্তৰ ছবি ...

শিশু দিৱস উদযাপন 💐
14/11/2025

শিশু দিৱস উদযাপন 💐

Address

Lakhipur Bamunpara, Lakhipur Town, P. O. Lakhipur, Dist Goalpara
Lakhipur
783129

Website

Alerts

Be the first to know and let us send you an email when 216 No. Lakhipur LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category