Bishwajyoti Jatiya Bidyalaya,Lakhipur

Bishwajyoti Jatiya Bidyalaya,Lakhipur One Of The old Institution Of Lakhipur

অসম বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়ানত আজি ২৪/০৯/২০২৫ ইং তাৰিখে বুধবাৰ দিনা বিশ্বজ্যোতি জাতীয় বিদ্যালয়ৰ পৰিয়া...
24/09/2025

অসম বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়ানত আজি ২৪/০৯/২০২৫ ইং তাৰিখে বুধবাৰ দিনা বিশ্বজ্যোতি জাতীয় বিদ্যালয়ৰ পৰিয়াল বৰ্গই বিদ্যালয়ৰ চৌহদত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে

আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্বজ্যোতি জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয...
05/06/2025

আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্বজ্যোতি জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয়ৰ প্ৰাঙ্গণত গছ পুলি ৰোপন কৰা হ'ল ।

17/03/2025
20/04/2024

Our Milestone
HSLC Results 2024
1st Div=31
2nd Div=03
3rd Div= Nil
Fail= Nil
⭐ Mark= 6
Distinction= 04
100 in English= Istiaque Ahmed
100 in Advance Mathematics= Istiaque Ahmed, Asadul Islam

19/03/2024

নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে ২৩ মাৰ্চ,২০২৪ তাৰিখৰ পৰা বিদ্যালয়-কাৰ্যালয়ত যোগাযোগ কৰক।

19/03/2024

এইখন SEBAৰ স্বীকৃতিপ্ৰাপ্ত লক্ষীপুৰ অঞ্চলৰ একমাত্ৰ নিৰ্ভৰযোগ্য ব্যক্তিগতখণ্ডৰ বিদ্যালয়।

বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ দৃশ্য...
02/02/2024

বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ দৃশ্য...

31/01/2024

খেল চলিছে...

গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনালোঁ 🧡🤍💚Happy Republic Day 🇮🇳
26/01/2024

গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনালোঁ
🧡🤍💚Happy Republic Day 🇮🇳

গণৰাজ্য দিৱসৰ শুভেচ্ছাৰে...
25/01/2024

গণৰাজ্য দিৱসৰ শুভেচ্ছাৰে...

Address

Bamunpara
Lakhipur
783129

Opening Hours

Monday 9am - 3:15pm
Tuesday 9am - 3:15pm
Wednesday 9am - 3:15pm
Thursday 9am - 3:15pm
Friday 9am - 3:15pm
Saturday 9am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Bishwajyoti Jatiya Bidyalaya,Lakhipur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bishwajyoti Jatiya Bidyalaya,Lakhipur:

Shortcuts

Share

Category