Jamia Siddiqia Banat Academy

Jamia Siddiqia Banat Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jamia Siddiqia Banat Academy, Education, Lahorighat.

আপোনালোকৰ দোৱাত আমাৰ মাদ্ৰাছাৰ ছাত্ৰীসকলে মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ লগতে স্কুলীয়া শিক্ষাত ভাল ফলাফল...
28/04/2026

আপোনালোকৰ দোৱাত আমাৰ মাদ্ৰাছাৰ ছাত্ৰীসকলে মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ লগতে স্কুলীয়া শিক্ষাত ভাল ফলাফল লাভ কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

24/03/2026
02/12/2025
জ্ঞান বিজ্ঞান সমিতিয়ে  সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত আমাৰ জামিয়া ছিদ্দিকীয়া বানাত  একাডেমীৰ দশম শ্ৰেণী...
06/04/2025

জ্ঞান বিজ্ঞান সমিতিয়ে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত আমাৰ জামিয়া ছিদ্দিকীয়া বানাত একাডেমীৰ দশম শ্ৰেণীৰ 3 গৰাকী ছাত্ৰীয়ে বৃত্তি পাবলৈ সক্ষম হৈছে। অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ছাদিকুন নেহাৰ, দ্বিতীয় স্থান লাভ কৰিছে আৰনিকা তাছৰিন আৰু তৃতীয় স্থান লাভ কৰিছে উম্মে ছাউদা। তিনিগৰাকী ছাত্ৰীলৈ জামিয়া ছিদ্দিকীয়া বানাত একাডেমীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

Address

Lahorighat
782126

Website

Alerts

Be the first to know and let us send you an email when Jamia Siddiqia Banat Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category