16/09/2026
অলপ মৰম দিয়া …. रागAlap Priyanka's Music And Musicology
Lyrics: অলপ মৰম দিয়া যদিঅতি সযতনে ৰাখিমএজাক তৰাৰ বাগিছাতেমৰম ধেনু আঁকিমনেলাগে মোক সৰগ খনিতোমাতেই ঘৰ সাজিমসপোন পাৰৰ নাৱত বহিআমাৰ কাহিনী লিখিম