Santipur Adarsha Jatiya Vidyalaya.

Santipur Adarsha Jatiya Vidyalaya. Vill - Marshuljhorajhar part 2
P.O - Lalmati Tumbagan
District- Kokrajhar BTR Assam. Pin - 783332

শান্তিপুৰ‌ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত শিশু দিৱস‌ উদযাপন‌ ।‌ 🥰
15/11/2025

শান্তিপুৰ‌ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত শিশু দিৱস‌ উদযাপন‌ ।‌ 🥰

16/11/2024
শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত শিশু দিৱস সম্পন্ন । 💗  উক্ত কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীৰাম...
16/11/2024

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত শিশু দিৱস সম্পন্ন । 💗
উক্ত কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীৰামপুৰ সমষ্টিৰ সন্মানীয় MCLA Sajal Singh ডাঙৰীয়া, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা‌ কেন্দ্ৰীয় সমিতিৰ স্বাস্থ্য সম্পাদক Amrit Khadka ডাঙৰীয়া, CRCC Sanjib Brahma ডাঙৰীয়া, কোকৰাঝাৰ জিলা OBC মৰ্চাৰ সভাপতি তথা কুৰ্শাকাটী VCDC ৰ চেয়াৰমেন Jayanta Singha ডাঙৰীয়া, শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা কোকৰাঝাৰ জিলা OBC মৰ্চাৰ সাধাৰণ সম্পাদক তথা মাৰ্ৰশুলঝোৰা VCDC ৰ Vice Chairman Lila Kc ডাঙৰীয়াৰ লগতে পৰ্বতঝোৰা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা‌ৰ সভাপতি সম্পাদকৰ তথা বিভিন্ন কাৰ্যকৰ্তা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , অভিভাৱক, গাঁৱৰ গাঁওবুঢ়া, বুদ্ধিজীৱিৰ লগতে সাধাৰণ ৰাইজৰ উপস্থিতিত সফলভাৱে সু-সম্পন্ন হয় ।
নিজৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ এই কাৰ্যসূচীত উপস্থিত হোৱাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।। 🙏💗

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত শিক্ষক দিৱস উদযাপন কৰাৰ কিছু আলোকচিত্ৰ । 🥰💗
11/09/2024

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত শিক্ষক দিৱস উদযাপন কৰাৰ কিছু আলোকচিত্ৰ । 🥰💗

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ দ্বাৰা স্বাধীনতা দিৱস উদযাপন । 🇮🇳💗
16/08/2024

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ দ্বাৰা স্বাধীনতা দিৱস উদযাপন । 🇮🇳💗

শান্তিপুৰ‌ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বিশেষ আলোকচিত্ৰ । 🌳🥰
08/06/2024

শান্তিপুৰ‌ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বিশেষ আলোকচিত্ৰ । 🌳🥰

08/06/2024

World environment day 2024 🌳🌍.
Short drama performed by Santipur Adarsha Jatiya Vidyalaya. Students.

16/04/2024
শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা‌ অসমীয়াৰ  বাপতি-সাহোন‌ ৰঙালী বিহুৰ হি...
13/04/2024

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা‌ অসমীয়াৰ বাপতি-সাহোন‌ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।‌ 💗
ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰে ৰঙীন আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনা । ✨

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত সৰস্বতী পূজা উদযাপনৰ বিশেষ আলোকচিত্ৰ । ❤️🥰
17/02/2024

শান্তিপুৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত সৰস্বতী পূজা উদযাপনৰ বিশেষ আলোকচিত্ৰ । ❤️🥰

Address

Marshuljhorajhar Part 2
Kokrajhar

Opening Hours

8:30am - 2pm

Telephone

+919365735184

Website

Alerts

Be the first to know and let us send you an email when Santipur Adarsha Jatiya Vidyalaya. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category