Dholmara Ancholic commitee -Aasaa.

Dholmara Ancholic commitee -Aasaa. educational consultant

05/04/2025
11/09/2024

সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)

কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতিৰ সহযোগত গোঁসাই গাওঁ মহকুমাধিপতি মহোদয়ৰ কাৰ্য্যালয়ৰ সন্মূখত ৩ ঘন্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।


৩ ঘন্টীয়া অৱস্থান ধর্মঘট কার্য্যসূচী

১। অসমৰ আদিবাসী সকলোক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰা।

২। অসমৰ বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক The Forest Dweller Act. 2006 ৰ অধীনত থকা আদিবাসী সকলক মাটিৰ পট্টা প্ৰদান কৰক ।
৩। অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক Tea Tribe, Ex. Tea Tribe, Tea Garden Labour ইত্যাদিৰ নাম সলনি (চাওঁতাল, উৰাং, মুণ্ডা, খাড়িয়া)
ইত্যাদি নামেৰে জাতিগত প্রমাণ পত্ৰ প্ৰদান কৰক।

৪। অসমত থকা আদিবাসী চাহ শ্রমিক সকলক দৈনন্দিন মজুৰি ৫৫০/- টকালৈ বৃদ্ধি কৰা।

৫। অসমত থকা শিক্ষিত আদিবাসী যুৱক -যুৱতি সকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰক।

09/08/2024

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা‌ সমিতিৰ উদ্যোগ আৰু সমূহ আঞ্চলিক সমিতি আৰু সদৌ অসম আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছেংগল অভিযানৰ সহযোগত বিশ্ব আদিবাসী দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়।
লগতে জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
দাবী সমূহ আছিল
১) অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰক।
২)অসমত বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক ভূমিৰ পট্টা প্ৰদান কৰক।
৩) চাহ শ্ৰমিকৰ দৈনিক মুজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰক।
৪)অসমত বসবাস কৰা আদিবাসী সকলক নিজস্ব প্ৰকৃত জাতিৰ নামত জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰক।
৫) অসমত বসবাস কৰা শিক্ষিত আদিবাসী যুৱক -যুৱতি সকলকৰ বাবে সূকীয়া ভাবে টেট পৰীক্ষা অনুষ্ঠিত কৰক।

Address

HO:Dhomara
Kokrajhar
783376

Website

Alerts

Be the first to know and let us send you an email when Dholmara Ancholic commitee -Aasaa. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share