Most Important GK 2.0

Most Important GK 2.0 This page is made for only Educational purposes. Please Follow this page to get all Education things.

28/12/2023

ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্যখনৰ নাম কি ?
a) মহাৰাষ্ট্ৰ
b) পশ্চিম বংগ
c) কৰ্ণাটক
d) উত্তৰ প্ৰদেশ

28/12/2023

'অ মোৰ আপোনাৰ দেশ ' গীতটি কেতিয়া অসমৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰা হৈছিল ?
a) 1947 চনত
b) 1950 চনত
c) 1909 চনত
d) 1927 চনত

29/11/2023

কিমান চনত অসমত নির্বাচন আয়োগ গঠন কৰা হৈছিল? In which year was the Election Commission formed in Assam?
A) ১৯৫২ চনত
B) ১৯৫৪ চনত
C) ১৯৫০ চনত
D) ১৯৯৫ চনত

29/11/2023

দ্বৈত নাগৰিকত্ব কোনখন ৰাষ্ট্ৰৰ বৈশিষ্ট্য?
Dual citizenship is characteristic of which state?
A) আমেৰিকাৰ
B) কানাডাৰ
C) ভাৰতৰ
D) চীনৰ

29/11/2023

ডুৰাণ্ড ৰেখা কোন দুখন দেশৰ মাজৰ সীমা?
The Durand Line is the border between which two countries?
A) আফগানিস্তান আৰু পাকিস্তান
B) আফগানিস্তান আৰু ভাৰত
C) আফগানিস্তান আৰু ইৰাণ
D) ভাৰত আৰু চীন

29/11/2023

পৃথিৱীত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? What is the name of the place where it rains the most in the world?
A) ছেলবাডৰ
B) ব্ৰাচিলীয়া
C) মৌছিনৰাম
D) চেৰাপুঞ্জী

18/11/2023

বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
Who was the greatest king of the Burman dynasty?
A) মহেন্দ্ৰ বৰ্মন
B) ভূতি বর্মন
C) ভাস্কৰ বৰ্মন
D) পুষ্য বৰ্মন

18/11/2023

অসমৰ চলচ্চিত্ৰ জগতৰ অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহি থকা কেইটামান চলচ্চিত্ৰ জগতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ সমুহ তলত উল্লেখ কৰা হৈছে।

প্ৰঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
উঃ জ্যোতি প্ৰসাদ আগৰৱালা।

প্ৰঃ প্ৰথম অসমীয়া চলচিত্র স্টুডিঅ' ৰ নাম কি ?
উঃ তেজপুৰত ১৯৩৪ চনত প্ৰতিষ্ঠিত ‘চিত্ৰবন'।

প্ৰঃ অসমৰ প্ৰথম বোলছবি কোনখন ?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী' (১৯৩৫ চন)।

28/09/2023

The Battle of Plassey was fought in
পলাশীৰ যুদ্ধ হৈছিল?
A. 1757
B. 1782
C. 1748
D. 1764

26/09/2023

ফ্ৰান্সৰ ৰাজধানীৰ নাম কি?
A) লণ্ডন
B) মস্কট
C) ইংলেণ্ড
D) পেৰিছ

25/09/2023

প্ৰশ্নঃ ১৬১৭ চনত সংঘটিত আহোম আৰু মোগলৰ যুদ্ধখনক কি নামে জনা যায় ?
(A) হাজো যুদ্ধ
(B) শৰাইঘাটৰ যুদ্ধ
(C) পথৰুঘাটৰ যুদ্ধ
(D) এটাও শুদ্ধ নহয়

24/09/2023

প্ৰশ্নঃ তেজপুৰস্থিত মহাভৈৰৱ শিৱমন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল ?

(A) বাণাসুৰ
(B) ভীষ্মক
(C) নৰক
(D) ভগদত্ত

Address

Fakiragram, Kokrajhar
Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Most Important GK 2.0 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Most Important GK 2.0:

Shortcuts

Share

Category