APSC অসমীয়া মাধ্যমত অনুশীলন

  • Home
  • India
  • Kokrajhar
  • APSC অসমীয়া মাধ্যমত অনুশীলন

APSC অসমীয়া মাধ্যমত অনুশীলন nothing is impossible�

09/06/2024

যিসকলে 2026 APSC examination দিয়াৰ কথা ভাবিছে ?? এইটো নম্বৰ যোগাযোগ কৰিব 👇👇

8011673943

24/05/2024

আপুনি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বিচাৰে নেকি? কিন্তু আপুনি ইংৰাজীত দুৰ্বল? কিন্তু এতিয়া আৰু চিন্তা নাই।

আপুনি অসমীয়াতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিব। কাৰণ

এতিয়া একমাত্ৰ assam knowledge academy ত উপলব্ধ সকলো বিষয়ৰ ছপা কিতাপ, ই- কিতাপ, সাম্প্ৰতিক ঘটনাৱলী সহ শ্ৰেণীৰ টোকাসমূহ(Class notes)সম্পূৰ্ণ অসমীয়া ভাষাত ।

Thanks 🙏🙏

28/03/2024

Q)ৰাষ্টপতিক অপসাৰণ কৰিব লাগিলে সদনৰ কিমান সংখ্যক সদস্যৰ অনুমােদন লাগে?
A. দুই তৃতীয়াংশ
B. এক তৃতীয়াংশ
C. এক চতুর্থাংশ
D. সাধাৰণ সংখ্যাগৰিষ্ঠ

28/03/2024

Q) ৰাষ্ট্রপতিৰ বিৰুদ্ধে অভিযােগ আনিলে কিমান সংখ্যক সদস্যৰ অনুমােদন লাগে?
A. দই-তৃতীয়াংশ সদস্য
B. এক তৃতীয়াংশ সদস্য
C. সাধাৰণ সংখ্যাগৰিষ্ঠ সদস্য
D. এক চতুর্থাংশ সদস্য

28/03/2024

Q)ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বিৰুদ্ধে অনা অভিযােগ প্রথমে কোনটো সদনত উত্থাপন হয়?
A. লােকসভাত
B. ৰাজ্যসভাত
C. সংসদৰ যুটীয়া অধিৱেশনত
D. যিকোনাে সদনত

28/03/2024

Q)ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনা প্রস্তাৱক কি কয়?
A. মহাভিযােগ
B. অভিযােগ
C. প্রস্তাৱ
D. আপত্তি

28/03/2024

Q)ৰাষ্ট্রপতিক কোনে অপসাৰণ কৰে?
A. লােকসভা
B. ৰাজ্যসভা
C. বিধানসভাবােৰে
D. সংসদে

28/03/2024

Q) ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নির্বাচন কৰে ?
A. লােকসভা
B. ৰাজ্যসভা
C. সংসদ
D. সংসদ আৰু ৰাজ্যিক বিধানসভা

28/03/2024

Q.চৰকাৰ এখনৰ প্ৰধানকৈ কেইটা বিভাগ আছে?
A. দুটা
B. তিনিটা
C. চাৰিটা
D. পাঁচটা

28/03/2024

১৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
উত্তৰ : ডিগবৈ ।

১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : আনোৱাৰা টাইমূৰ ।

১৮) অসমৰ জাতীয় পক্ষী কি?
উত্তৰ : দেও হাহঁ ।

১৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ : ভট্টদেৱ ।

২০) ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ : বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।

২১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?

উত্তৰ : গোৱালপাৰা জিলা ।

২২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উত্তৰ : বৰাইল পৰ্বত ।

২৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
উত্তৰ : ২ খন ।

২৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
উত্তৰ : আনন্দ চন্দ্ৰ আগৰৱালা ।

২৫) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ ।

২৬) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উত্তৰ : ৰঘুনাথ চৌধাৰী ।

২৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উত্তৰ : মোৰ জীৱন সোৱঁৰণ ।

২৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উত্তৰ : কদমকলি ।

২৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উত্তৰ : পদুম কুৱঁৰী ।

৩০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ : শৰৎ চন্দ্ৰ গোস্বামী ।

৩১) চাহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ : কেমেলিয়া চিনেচিছ ।

৩২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?
উত্তৰ : যোৰহাট জিলাৰ টোকলাইত অৱস্থিত ।

৩৩) ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উত্তৰ : ১৯৮১ চনত ।

৩৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উত্তৰ : ৪৩০ বৰ্গ কিঃমিঃ।

28/03/2024

১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰ : ভোগেশ্বৰ বৰুৱা ।
২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উত্তৰ : ৫ ম ।

৩) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
উত্তৰ : ১৯৯৯ চনত ।

৪) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উত্তৰ : হৰিশংকৰ ব্ৰক্ষ্ম ।

৫) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
উত্তৰ : ৰাধা গোবিন্দ বৰুৱা ।

৬)সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী?
উত্তৰ : ১৪ তম ।

৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ : অঘৰী আত্মাৰ কাহিনী ।

৮) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উত্তৰ : ৰুদ্ৰ বৰুৱা ।

৯) ২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ : জয়ন্ত মাধৱ বৰা ।

১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উত্তৰ : বীৰ পাল ।

১১) কিমান চনত Assam Association গঠন হৈছিল?
উত্তৰ : ১৯০৩ চনত ।

১২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ : ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।

১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
উত্তৰ : ডিগবৈ ।

১৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ : ১৯০১ চনত ।

১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ : তিনিচুকীয়া জিলাত ।

28/03/2024

Address

Kokrahar
Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when APSC অসমীয়া মাধ্যমত অনুশীলন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share