Paradise Dance Academy

Call Directions Contact the school

Paradise Dance Academy A institute of dance & Fitness

PDA❤️
20/09/2026

PDA❤️

পেৰাডাইছ ডান্স একাডেমীৰ উদ্যোগত হৈ যোৱা ইং ৭ জুলাইৰ পৰা ১৭ জুলাই লৈ  পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত  ১০ দিনীয়...
18/07/2026

পেৰাডাইছ ডান্স একাডেমীৰ উদ্যোগত হৈ যোৱা ইং ৭ জুলাইৰ পৰা ১৭ জুলাই লৈ পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ১০ দিনীয়া গ্ৰীষ্ম কালীন সৃষ্টিশীল নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সুন্দৰ সময়ৰ কিছু দৃশ্য।
অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি সন্মানীয় মীনা দেৱী বাইদেউ (অধ্যক্ষা, পি: উ: মা:বা: বিদ্যালয়) আৰু সন্মানীয় সুৰভী গোহাঁই দুৱৰা বাইদেউ ( অধ্যক্ষা, পিথুবৰ মহাবিদ্যালয়, খোৱাং) লগতে প্ৰশিক্ষক অনুপম কিংকৰ বৰা,উত্তৰ লখিপুৰ, ধৰিত্ৰী গগৈ, বৰবৰুৱা,ডিব্ৰুগড় আৰু ডিজিটেল প্ৰচাৰ মাধ্যমৰ ঘোষিকা_ পূৰবী প্ৰিয়া । ধন্যবাদ।
Paradise Dance Academy

নমস্কাৰ, আজি নাম পঞ্জীয়নৰ অন্তিম তাৰিখ। যি সকল এতিয়াও নাম পঞ্জীয়ন কৰা নাই আজিৰ ভিতৰত কৰাই লব। অন্তিম তাৰিখৰ ভিতৰত নাম ভৰ...
31/12/2025

নমস্কাৰ, আজি নাম পঞ্জীয়নৰ অন্তিম তাৰিখ। যি সকল এতিয়াও নাম পঞ্জীয়ন কৰা নাই আজিৰ ভিতৰত কৰাই লব। অন্তিম তাৰিখৰ ভিতৰত নাম ভৰ্তি কৰা প্ৰতিযোগিক আগতীয়াকৈ নৃত্য পৰিৱেশন কৰিব দিয়া হব। অনুষ্ঠানৰ দিনা নাম ভৰ্তি কৰাৰ সুবিধা নাথাকিব। শেষত সকলো সাংস্কৃতিক নৃত্যপ্ৰেমীলৈ সাদৰৰে নিমন্ত্ৰণ জনাই সহায় সহযোগিতাৰ কামনা কৰিলোঁ। ধন্যবাদ

অহা ইং ০৪ জানুৱাৰী ২০২৬ তাৰিখ,দেওবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং ঘাটত পেৰাডাইছ ডান্স একাডেমিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে  অসম ভি...
09/12/2025

অহা ইং ০৪ জানুৱাৰী ২০২৬ তাৰিখ,দেওবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং ঘাটত পেৰাডাইছ ডান্স একাডেমিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অসম ভিত্তিত নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গতিকে সকলোৰে সহায় সহযোগিতাৰ কামনা Paradise Dance Academy
👉Ragistration Last date
31 December 2025
Hurry up join now

অহা ইং ০৪ জানুৱাৰী ২০২৬ তাৰিখ,দেওবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং ঘাটত পেৰাডাইছ ডান্স একাডেমিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে  অসম ভি...
04/12/2025

অহা ইং ০৪ জানুৱাৰী ২০২৬ তাৰিখ,দেওবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং ঘাটত পেৰাডাইছ ডান্স একাডেমিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অসম ভিত্তিত নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গতিকে সকলোৰে সহায় সহযোগিতাৰ কামনা Paradise Dance Academy

আমাৰ অতিকৈ মৰমৰ *হাৰ্টথ্ৰৱ জুবিন গাৰ্গ* আৰু আমাৰ মাজত নাই । তেঁওৰ মৃত‍্যুয়ে সকলোকে শোকস্তব্ধ কৰি তুলিছে । আকাশৰ তৰাটো হৈ...
21/09/2025

আমাৰ অতিকৈ মৰমৰ *হাৰ্টথ্ৰৱ জুবিন গাৰ্গ* আৰু আমাৰ মাজত নাই । তেঁওৰ মৃত‍্যুয়ে সকলোকে শোকস্তব্ধ কৰি তুলিছে । আকাশৰ তৰাটো হৈ যাতে তেওঁ আমাৰ মাজত জিলিকি অমৰ হৈ থাকক তাৰে প্ৰাৰ্থনা জনাই,পেৰাডাইছ ডান্স একাডেমি ছাত্ৰ ছাত্ৰী ও অভিভাৱকৰহৈ আজি বন্তি প্ৰজ্বলনেৰে একাজলি শ্ৰদ্ধাঞ্জলিৰে দাদাৰ বিদেহী আত্মাৰ চিৰশান্তি ৰ কামনা কৰা হল।🙏

ধন‍্যবাদ ।

01/09/2025

22/08/2025

Address

Khowang Ghat/Goroimari Road/Nearby Police Station , Pin
Khowang
785676

Opening Hours

Saturday 3pm - 4pm
Sunday 9:30am - 11am

Telephone

09954547931

Website

Alerts

Be the first to know and let us send you an email when Paradise Dance Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Paradise Dance Academy:

Shortcuts

Share

Category