Gyanudaya Jatiya Vidyalaya

Gyanudaya Jatiya Vidyalaya GJV is a private educational institution which provides quality based education.

আল্লাহে আপোনাৰ কোৰবানি আৰু সকলো সৎ কৰ্ম কবুল কৰক। হজৰত ইব্ৰাহিম (আঃ)ৰ মহান ত্যাগৰ আদৰ্শে আমাৰ জীৱনত প্ৰেৰণা যোগাওক। ঈদৰ ...
27/05/2026

আল্লাহে আপোনাৰ কোৰবানি আৰু সকলো সৎ কৰ্ম কবুল কৰক। হজৰত ইব্ৰাহিম (আঃ)ৰ মহান ত্যাগৰ আদৰ্শে আমাৰ জীৱনত প্ৰেৰণা যোগাওক। ঈদৰ এই পবিত্ৰ ক্ষণে সকলোৰে মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতি অটুত ৰাখক।

01/05/2026

যিসকলে নিজৰ কষ্ট আৰু নিষ্ঠাৰে পৃথিৱীখনক আগুৱাই নিছে, সেই সকলো শ্ৰমজীৱী ভাই-ভনীলৈ শ্ৰমিক দিৱসৰ ওলগ আৰু চেল্যুট।

শ্ৰমেই সমৃদ্ধিৰ মূল। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে পৃথিৱীৰ প্ৰতিগৰাকী মেহনতী মানুহলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণাম। শুভ শ্ৰমিক...
01/05/2026

শ্ৰমেই সমৃদ্ধিৰ মূল। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে পৃথিৱীৰ প্ৰতিগৰাকী মেহনতী মানুহলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণাম। শুভ শ্ৰমিক দিৱস!"

"যি দেশে শিকায় আমাক একতাৰ মন্ত্ৰ,আজি সেই দেশৰ গৌৰৱময় ৭৭ তম্ গণতন্ত্ৰ! 🇮🇳      ​আজি আমাৰ বিদ্যালয়ত অতি উলহ-মালহেৰে গণতন...
26/01/2026

"যি দেশে শিকায় আমাক একতাৰ মন্ত্ৰ,
আজি সেই দেশৰ গৌৰৱময় ৭৭ তম্ গণতন্ত্ৰ! 🇮🇳

​আজি আমাৰ বিদ্যালয়ত অতি উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হ’ল। দেশপ্ৰেমৰ এই অমৃত ক্ষণত আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো সেইসকল মহান ব্যক্তিক, যাৰ ত্যাগৰ বিনিময়ত আজি আমি এক গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গৌৰৱান্বিত।
​সকলোকে গণতন্ত্ৰ দিৱসৰ হিয়াভৰা ওলগ জনালোঁ। ❤️

শিল্পী দিৱসত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰিছো।
17/01/2026

শিল্পী দিৱসত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰিছো।

13/01/2026

অষ্টম শ্ৰেণীৰ ছাত্ৰী ছাহিন ছোলতনাৰ নৃত্য প্ৰদৰ্শন।

বঁটা বিতৰণী সভাৰ কিছু স্মৃতি সাঁচি ৰাখিলোঁ।
13/01/2026

বঁটা বিতৰণী সভাৰ কিছু স্মৃতি সাঁচি ৰাখিলোঁ।

 #এটি_সোণালী_ক্ষণৰ_সফল_সমাপ্তি! 🎓✨অত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাব বিচাৰোঁ যে আমাৰ  #জ্ঞানোদয়_জাতীয়_বিদ্যালয়ৰ বাৰ্ষিক "ব...
13/01/2026

#এটি_সোণালী_ক্ষণৰ_সফল_সমাপ্তি! 🎓✨
অত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাব বিচাৰোঁ যে আমাৰ #জ্ঞানোদয়_জাতীয়_বিদ্যালয়ৰ বাৰ্ষিক "বিদ্যালয় সপ্তাহ আৰু সাংস্কৃতিক সন্ধিয়া"ৰ সফল সামৰণি পৰিল। যোৱা কেইটামান দিনত খেল-ধেমালি, গীত, নৃত্য , আকস্মিক বক্তৃতা আৰু বিভিন্ন প্ৰতিযোগিতাৰ মাজত ছাত্ৰ-ছাত্ৰীসকলৰ যি উৎসাহ দেখিবলৈ পোৱা গ’ল, সেয়া সঁচাকৈয়ে অতুলনীয়।
১১-০১-২০২৬ তাৰিখে মুকলি ও বঁটা বিতৰণী সভা লগতে "সাংস্কৃতিক সন্ধিয়া"ৰ অনুষ্ঠিত কৰা হয়। এই সাংস্কৃতিক সন্ধিয়াৰ সংগীত, নৃত্য আৰু অভিনয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰিলে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভা দেখি আমি অভিভূত।
এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আমাৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী বৃন্দ, আমন্ত্ৰিত অতিথি, মৰমৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী, অভিভাৱক সকল, সংগীত শিল্পী, কণ্ঠ শিল্পী, ছাউণ্ড আৰু টেন্ডৰ কৰ্মী ও মালিক আৰু সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিজন শুভাকাঙ্ক্ষীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আশা কৰোঁ, এই বন্ধুত্ব আৰু একতাৰ মনোভাৱ অনাগত দিনবোৰতো অটুট থাকিব। 💖

12/01/2026

প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই স্কুলৰ সাংস্কৃতিক মঞ্চত তেওৰেই প্ৰিয় গীত 'মায়াবিনী' কণ্ঠত ছফিকুল ইছলাম ছাফিৰ লগত সুৰ ধৰিছে আৱেগিক শিক্ষাৰ্থীয়ে।
Gyanudaya Jatiya Vidyalaya Highlights

12/01/2026

প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই স্কুলৰ সাংস্কৃতিক মঞ্চত তেওৰেই প্ৰিয় গীত "য়া আলি " কণ্ঠত ছফিকুল ইছলাম ছাফিৰ লগত সুৰ ধৰিছে আৱেগিক শিক্ষাৰ্থীয়ে।

Address

Bechimari-Office Bazaar Road
Kharupatia
784115

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 1pm

Telephone

+917002175185

Alerts

Be the first to know and let us send you an email when Gyanudaya Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Gyanudaya Jatiya Vidyalaya:

Shortcuts

Share

Category