Azad Jatiya Vidyalaya.

Azad Jatiya Vidyalaya. VILL:LATAKHAT
PO: BALABARI
PS: DHULA
Pin:784146
Phone No: # # # # # #7292

07/06/2026

আমাৰ বিদ্যালয়ত SCC TRAINING চলি থকা এটি ভিডিঅ ক্লিফ। চাওক আৰু আপোনাৰ মতামত ব্যক্ত কৰক।

21/05/2026



আজি প্ৰাত: সভাত ছোৱালী জনী বাৰুকৈয়ে হৃদয় চুই চোৱা এটি গীত পৰিবেশন কৰিলে। ছোৱালী জনীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। পাৰিলে আপোনালোকেও কামনা কৰিব।

20/05/2026



আজি প্ৰাতঃসভাত এই ছোৱালীজনী হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ এটি গীত পৰিবেশন কৰিলে। ছোৱালী জনীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

18/05/2026



আজি প্ৰাতঃসভাত এই কণমানি জনে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ এটি গীত পৰিবেশন কৰিলে। জুবিন গাৰ্গৰ গীতৰ প্ৰতি থকা জনপ্ৰিয়তাই প্ৰমাণ কৰে যে, তেখেত এতিয়াও জীয়াই আছে আৰু থাকিব।

 #শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ/ ছাত...
17/05/2026

#শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ/ ছাত্ৰী সকলক মাননীয় BEO Sir ৰ হাতৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰাৰ কিছু আলোক চিত্ৰ। আমাৰ ছাত্ৰ/ছাত্ৰী সকলক সভাৰ কাৰ্যসূচীত সুবিধা দিয়াৰ বাবে বিদ্যালয়ৰ ফালৰ পৰা AAMSU সমূহ বিষয়ববীয়া সকলক অন্তৰে ধন্যবাদ জনাইছো, এই ধৰণৰ অনুষ্ঠান আগলৈ অনুষ্ঠিত কৰি ছাত্ৰ/ ছাত্ৰী সকলক আৰু উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ।
ধন্যবাদেৰে -----
Azad Jatiya Vidyalaya.

17/05/2026

শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ Asfikul Islam ৰ কণ্ঠত পৰিবেশন কৰা Zubeen দাৰ #য়াআলি গীততে আপোনাক মুগ্ধ কৰিব পাৰিব নে?

শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত গীত মাত, কুইজ আৰু আকস্মিক বক্তৃতাত প্ৰথম স্থান লাভ কৰা আমাৰ ছাত্ৰ / ছাত্ৰী সকলৰ কিছু আলোক...
17/05/2026

শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত গীত মাত, কুইজ আৰু আকস্মিক বক্তৃতাত প্ৰথম স্থান লাভ কৰা আমাৰ ছাত্ৰ / ছাত্ৰী সকলৰ কিছু আলোক চিত্ৰ।

শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ/ ছাত্ৰী সকলক মাননীয...
17/05/2026

শেৰপুৰ আঞ্চলিক AAMSU ৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ/ ছাত্ৰী সকলক মাননীয় BEO Sir ৰ হাতৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰাৰ কিছু আলোক চিত্ৰ।

16/05/2026



A Student Cadet crops (Darrang)Training program is being conducted in our school.

16/05/2026

আজাদ জাতীয় বিদ্যায়ৰ প্ৰাথমিক খণ্ডত খালি হৈ থকা দু-গৰাকী শিক্ষক পদৰ বাবে নিম্নলিখিত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । #অৰ্হতা সমূহ । ১। স্নাতক উত্তীৰ্ণ হ'ব লাগিব । ২। HS চুড়ান্ত পৰীক্ষাত ৬০% নম্বৰ প্ৰাপ্ত হ'ব লাগিব । ৩। স্থানীয় প্ৰাৰ্থীক অগ্ৰধিকাৰ দিয়া হ'ব ।

Address

15 No National Highway
Kharupatia
784146

Website

Alerts

Be the first to know and let us send you an email when Azad Jatiya Vidyalaya. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share