HSLC Student

HSLC Student Education is the most powerful weapon

Permanently closed.
08/06/2021

প্ৰশ্ন : ২৩ ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ল
(ক) ৬ (খ) ৭ (গ) ৮ (ঘ) ৯

08/06/2021

প্ৰশ্ন : √2,√8,√18....সমান্তৰ প্ৰগতিটোৰ পৰৱৰ্তি পদটো হব
(ক) √৩২ (খ) √২৪ (গ) √২৮ (ঘ) √৩০

08/06/2021

প্ৰশ্ন : অবাত শ্বসন কত সংঘটিত হয় ?
(ক) মাইট্ৰ'কন্ড্ৰীয়াত (খ) ক্ল'ৰপ্লাষ্টত (গ) কোষ কেন্দ্ৰত (ঘ) চাইট'প্লাজমত

08/06/2021

প্ৰশ্ন : যৌগ CaOCl2 ৰ সাধাৰণ নাম কি?
(ক) ব্লিচিং পাউদাৰ (খ) পুৰাচুন (গ) হিথিলিত চুন

08/06/2021

প্ৰশ্ন : এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় ?
(ক) অক্সিজেন (খ) হাইড্ৰ'জেন (গ) নাইট্ৰ'জেন (ঘ) নিয়ন

08/06/2021

প্ৰশ্ন : মানুহৰ শৰীৰৰ বৃক্ক কোনটো অংশৰ অন্তৰ্গত ?
(ক) পৰিপুষ্টি (খ) শ্বসন (গ) ৰেচন (ঘ) পৰিবহন

08/06/2021

প্ৰশ্ন : অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কাৰ ঔষধৰ ধৰন হল ?
(ক) এন্টিবায়টিক (খ) বেদনানাশক (গ) অম্লনাশক (ঘ) বীজাণুনাশক

08/06/2021

প্ৰশ্ন : আমাৰ লালটিত থকা উৎসেচক বিধক কি বোলা হয় ?
(ক) লাইপেজ (খ) পেপচিন (গ) এমাইলেজ (ঘ) ট্ৰিপচিন

08/06/2021

প্ৰশ্ন : হৰ্ণবিল উৎসৱ পালন কৰা হয়
(ক) মিজোৰামত (খ) ত্রিপুৰাত (গ) নাগালেণ্ডত (ঘ) অসমত

08/06/2021

প্ৰশ্ন : অৰ্থনৈতিক ভূগোলৰ পিতৃ স্ৱৰূপ হল ?
(ক) চি এফ জোন্স (খ) ডাৰ্কেন ৱাল্ড (গ) পিটাৰ হেগেট (ঘ) জৰ্জ ছিজহ'ম

08/06/2021

প্ৰশ্ন : কানিংহাম চাৰ্কুলাৰ প্ৰকাশ কৰে ?
(ক) ১৯১৮ চনত (খ) ১৯২২ চনত (গ) ১৯২৭ চনত (ঘ) ১৯৩০ চনত

Address

Kharupatia

Website

Alerts

Be the first to know and let us send you an email when HSLC Student posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to HSLC Student:

Shortcuts

Share

Category