05/12/2023
#মেট্ৰিক_পৰীক্ষাৰ_প্ৰস্তুতি
আহি থকা ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগবঢ়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অহা ১৫ ডিচেম্বৰৰ পৰা ১০০০+ প্ৰশ্নৰে সমৃদ্ধ এক বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে ৷ পুৰ্বৰ ১০ বছৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত,টেষ্ট পৰীক্ষাৰ বিভিন্ন জিলাৰ প্ৰশ্নকাকত সমুহ লগতে পাঠভিত্তিক বিভিন্ন প্ৰশ্ন বিবেচনা তথা বিশ্লেষণৰ অন্তত এই ১০০০+ বিশেষ প্ৰশ্নৰ এক সংগ্ৰহ তৈয়াৰ কৰা হৈছে ৷ আশা কৰো আমাৰ এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিব ৷
ধন্যবাদ
ৰেডিয়েণ্ট ক’চিং ক্লাছ
বালিপৰা