ভূঁই-বালি বিদ্যাক্ষেত্ৰ Bhuin-Bali Bidyakshetra

  • Home
  • India
  • Karbi Anglong
  • ভূঁই-বালি বিদ্যাক্ষেত্ৰ Bhuin-Bali Bidyakshetra

ভূঁই-বালি বিদ্যাক্ষেত্ৰ Bhuin-Bali Bidyakshetra Symbol of Bhui-Bali Bidyakshetra

ভূঁই-বালি বিদ্যাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ কিছু জীয়া ছবি...
30/01/2023

ভূঁই-বালি বিদ্যাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ কিছু জীয়া ছবি...

30/01/2023

ৰূপালী জয়ন্তী উপলক্ষে প্ৰস্তুত কৰা বিদ্যাক্ষেত্ৰৰ ইতিবৃত্ত..

বিশেষ জাননী
11/01/2023

বিশেষ জাননী

26/12/2022

*বিশেষ জাননী*

অহা ইংৰাজী ২৯ ডিচেম্বৰ,2022 বৃহস্পতিবাৰে দিনৰ ১ বজাত বিদ্যাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সাধাৰণ সভাৰ আয়োজন কৰা হৈছে । উক্ত সভাখনত বিদ্যাক্ষেত্ৰৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰা হ'ল ।

স্থান: ভূঁই-বালি বিদ্যাক্ষেত্ৰ
সময়: ২৯ ডিচেম্বৰ,2022 বৃহস্পতিবাৰ,দিনৰ ১ বজাত

ধন্যবাদেৰে,
*ভূঁই-বালি বিদ্যাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি*

28/01/2022

সন্ধিয়াৰ ফানুচ প্ৰক্ষেপণৰ এটি দৃশ্য..

28/01/2022

ৰূপালী জয়ন্তীৰ শুভক্ষণত বিদ্যালয়ৰ বিদ্যালয় সংগীত পৰিৱেশনৰ কিছু মুহূৰ্ত..

২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কিছু আবেগিক মুহূৰ্ত...
28/01/2022

২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কিছু আবেগিক মুহূৰ্ত...

ভূঁই-বালি বিদ্যা‍ক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  (27-1-2022)আলোক উৎসৱআকাশলৈ ফানুচ প্ৰক্ষেপণ
27/01/2022

ভূঁই-বালি বিদ্যা‍ক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান (27-1-2022)
আলোক উৎসৱ
আকাশলৈ ফানুচ প্ৰক্ষেপণ

ভূঁই-বালি বিদ্যা‍ক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  (27-1-2022)আলোক উৎসৱ
27/01/2022

ভূঁই-বালি বিদ্যা‍ক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান (27-1-2022)
আলোক উৎসৱ

ভূঁই-বালি বিদ্যা‍ক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান পতাকা উত্তোলন (27-1-2022)
27/01/2022

ভূঁই-বালি বিদ্যা‍ক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান পতাকা উত্তোলন (27-1-2022)

Address

Bhuin-Bali Bidyakshetra, Bakaliaghat
Karbi Anglong
782482

Website

Alerts

Be the first to know and let us send you an email when ভূঁই-বালি বিদ্যাক্ষেত্ৰ Bhuin-Bali Bidyakshetra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share