Howraghat Higher Secondary School

Howraghat Higher Secondary School

Share

THE OFFICIAL PAGE OF HOWRAGHAT HS SCHOOL

Photos from Howraghat Higher Secondary School 's post 13/05/2026

আমাৰ বিদ্যালয়খনত যিকোনো কাৰ্যসূচীৰ অন্তত সকলো কৰ্মচাৰী একত্ৰিত হৈ ফটো উঠাটো এক অনন্য আৰু ধুনীয়া পৰম্পৰা। ই আমাৰ পৰিয়ালটোৰ একতা আৰু আন্তৰিকতাৰ প্ৰতীক।সৌ সিদিনাখন আমাৰ বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু অনুষ্ঠানটি সফলতাৰে সমাপ্ত হোৱাৰ পাছত সকলোৱে মিলি এক উলহ-মালহপূৰ্ণ পৰিৱেশত এই বিশেষ স্থিৰচিত্ৰসমূহ উঠিলে। পৰম্পৰাগত সাজ-পোছাকেৰে প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ তথা ছাত্ৰ ছাত্ৰীৰ মুখৰ সজীৱ হাঁহিয়ে অনুষ্ঠানটোৰ আনন্দ বহুগুণে বঢ়াই তুলিছে। কেমেৰাৰ ফ্ৰেমত আবদ্ধ হোৱা এই আপুৰুগীয়া মুহূৰ্তটো আমাৰ বাবে এক আজীৱন সাঁচি থবলগীয়া মৰমৰ স্মৃতি।
Dated:08/05/2026
Update:13/05/2026

10/05/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Howraghat Higher Secondary School

09/05/2026
Photos from Howraghat Higher Secondary School 's post 08/05/2026

A felicitation ceremony was organised for successful candidates of HSLC & HS final examination-2026 along with celebration of BIHU at Howraghat Higher Secondary School. President, secratary & members of SMDC and KCS were present at that programme. We hope this initiative will encourage our students to do better results in future.
Dated:08/05/2026

Photos from Howraghat Higher Secondary School 's post 08/05/2026

আজি হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহু উৎসাহ-উদ্দীপনাৰ মাজেৰে দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উলহ-মালহে পালন কৰা হয়। আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মাননীয় শ্ৰীযুত দেবেন্দ্ৰ শৰ্মা দেবে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত স্মৃতি তৰ্পণ, শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।দিনজোৰা কাৰ্যসূচীত বিভিন্ন খেল-ধেমালিৰ লগতে পাৰখোৱাৰ পৰা আমন্ত্ৰিত ‘মণি কাঞ্চন বিহুৱা দলে, বিহু নৃত্যই বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষক-কৰ্মচাৰী,নিমন্ত্ৰিত অতিথি আদি সকলো উপস্থিত থাকে।

Howraghat Higher Secondary School
Bhupendra Sarma
Krishna Saha
Debendra Sarma
Ashraf Ahmed Ashraf
Pankaj Hazarika
Achyut Kamal Tamuli
Khageswar Das
Bikram KR Chanda

Photos from Howraghat Higher Secondary School 's post 08/05/2026

Two little and cute girls of class VI are participating in Bihu celebration today at Howraghat Higher Secondary School.

Photos from Howraghat Higher Secondary School 's post 07/05/2026

Distribution of Books to the students of class XI (Arts& Science)

Photos from Howraghat Higher Secondary School 's post 07/05/2026

Awareness programmes on earthquake conducted by the volunteers of Phuloni revenue circle under the District Disaster management department,Diphu at Howraghat Higher Secondary School.

Photos from Howraghat Higher Secondary School 's post 06/05/2026

Dated 02/05/2026.
"Awareness on Police Functioning"
A awareness programme was held on various functions of Police personal and visited local police station to understand better. The programme was lead by J. Terang sir.
police station

Photos from Howraghat Higher Secondary School 's post 06/05/2026

সংবাদ মাধ্যমত প্ৰকাশিত হাওৰাঘাট উঃ মাঃ বিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠান।
সৌজন্য: খগেশ্বৰ দাস

Want your school to be the top-listed School/college in Karbi Anglong?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Higher Secondary Road, Howraghat
Karbi Anglong
782481