Makhan Gaon LP School

Makhan Gaon LP School It's a Primary School under Kathiatoli Block, Nagaon,Classes from KG to V. It was established in 1947

25/05/2026

Important Advisory For Schools

Cyber criminals and online predators are misusing children’s photos and personal details from social media for CSAM, AI morphing, grooming, sextortion, cyberbullying and identity theft.

Schools are advised to avoid posting identifiable photos, names, class details, locations or real-time updates involving minors, and ensure strict review before sharing any child-related content online.

Ministry of Education National Commission for Protection of Child Rights UNICEF India

25/05/2026

বিদ্যালয়সমূহলৈ জৰুৰী পৰামৰ্শ

চাইবাৰ অপৰাধী আৰু অনলাইন চিকাৰীয়ে সামাজিক মাধ্যমত উপলব্ধ শিশুৰ ফটো আৰু ব্যক্তিগত তথ্যসমূহ অনৈতিক কার্যকলাপ (যেনে- চাইবাৰ চিকিউৰিটি এচেট মেনেজমেন্ট (CSAM), এ আই মৰ্ফিং বা বিকৃতকৰণ , জালিয়াতি , ছেক্সটৰ্চন , চাইবাৰ বুলিং আৰু পৰিচয় চুৰি)ৰ বাবে ব্যৱহাৰ কৰে ।

সেয়ে বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছে যে শিশু এটিক চিনাক্ত কৰিব পৰা ফটো, নাম, শ্ৰেণীৰ তথ্য, অৱস্থিতি নাইবা প্ৰকৃত সময়ৰ আপডেট পোষ্ট কৰা আদি কাৰ্যৰ পৰা বিৰত থাকক । শিশু সংক্ৰান্তীয় বিষয় সামাজিক মাধ্যমত আপলোড কৰাৰ পূৰ্বে পুনৰীক্ষণ কৰক ।

School Timings scheduled to Normal time
16/01/2026

School Timings scheduled to Normal time

03/01/2026
Adjustment of normal school timings due to severe cold wave conditions.
03/01/2026

Adjustment of normal school timings due to severe cold wave conditions.

03/01/2026

📌 জাননী : সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাটো শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ৰ নিৰ্দেশ মৰ্মে বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে।

এই নিৰ্দেশনা অনুসৰি জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী মৃদুল কুমাৰ নাথে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জিলাখনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পাঠদান পুৱা ১০:০০ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

সবিশেষৰ বাবে সংলগ্ন কৰা জাননীখন পঢ়ক।

CMO Assam Himanta Biswa Sarma Ranoj Pegu Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও Co-District Administration Raha Kaliabor Co-District

31/12/2025

বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ মৰমবোৰ 🥳

Little hearts making my day....Thank you All for making the Day so much special.

BIRTHDAY CELEBRATION AT OUR SCHOOL Thank you so much  Dear Students, Swapna Das  Ma'am, Pranita Tudu and Pinku Roy
31/12/2025

BIRTHDAY CELEBRATION AT OUR SCHOOL

Thank you so much Dear Students, Swapna Das Ma'am, Pranita Tudu and Pinku Roy

আজি ৰাতিপুৱাৰ সময়ত বিদ্যালয় লৈ যোৱা পথটোৰ কিছু দৃশ্য
29/12/2025

আজি ৰাতিপুৱাৰ সময়ত বিদ্যালয় লৈ যোৱা পথটোৰ কিছু দৃশ্য

তৃতীয় শ্ৰেণীৰ ছাত্র- ছাত্রী ৱে প্ৰস্তুত কৰা কলাজ ৰ কিছু চবি Veer Bal Diwas, 26 December, 2025
26/12/2025

তৃতীয় শ্ৰেণীৰ ছাত্র- ছাত্রী ৱে প্ৰস্তুত কৰা কলাজ ৰ কিছু চবি
Veer Bal Diwas, 26 December, 2025

Address

Village Makhan Gaon
Kampur
782450

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 12:30pm

Telephone

+919101137803

Website

Alerts

Be the first to know and let us send you an email when Makhan Gaon LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Makhan Gaon LP School:

Shortcuts

Share