Kampur HS & MP School Alumni Association

Kampur HS & MP School Alumni Association Welcome to the official page of Kampur HS & MP School Alumni Association! � Connect, reminisce, and celebrate the bonds that shaped our journey.

Together, we are proud KAMPURIANS! �

25/01/2024
Contribution collection for Alumni Meet of KAMPUR HS & MP SCHOOL
25/01/2024

Contribution collection for Alumni Meet of KAMPUR HS & MP SCHOOL

কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন খন অহা ২৭ আৰু ২৮ জানুৱাৰীত উদযাপন কৰাৰ বাবে ব্যাপক ...
25/01/2024

কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন খন অহা ২৭ আৰু ২৮ জানুৱাৰীত উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ পৰা শিক্ষাগ্ৰহন কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা লাভ কৰা প্ৰতিগৰাকী প্ৰাক্তন শিক্ষাৰ্থীক একলগ কৰি শিক্ষাৰ্থী জীৱনৰ মধুৰ স্মৃতি ৰোমন্থন কৰাৰ প্ৰয়াস কৰি অহা ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন।
এই উপলক্ষে ২৭ জানুৱাৰীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীয়ে ; ইয়াৰ পিছতে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ পতাকা উত্তোলন কৰিব সন্মিলনীৰ সভাপতি ডিম্বেশ্বৰ বৰাই আৰু স্মৃতি তৰ্পণ কৰিব কামপুৰৰ জেষ্ঠ্য সাংবাদিক সভাৰাম মজুমদাৰে। ইয়াৰ পিছতে প্ৰাক্তন শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন আৰু প্ৰাক্তন শিক্ষা গুৰুসকলক সম্বৰ্ধনা আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ পৰিচলনা কৰিব ডাঃস্বৰাজ মোহন বৰা আৰু সুধাময় দাসে ,নিশাৰ ভাগলৈ প্ৰাক্তন শিক্ষাৰ্থীৰ দ্বাৰা সাংস্কৃতিক সন্ধ্য অনুষ্ঠিত হ'ব।

সাস্কৃতিক মঞ্চ উদ্বোধন কৰিব বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে । পিছৰ দিনা পুৱা বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিব।এই সাংস্কৃতিক শোভাযাত্যাৰ শুভ উন্মোচন কৰিব ৰাজ কুমাৰ ৰবিদাসে ;বিয়লিবেলা অনুষ্ঠিত হ'ব লগা মুকলি সভা স্মৃতি গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰিব ডিম্বেশ্বৰ বৰনই, মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান।

স্মৃতি গ্ৰন্থ উন্মোচন কৰিব লংকে ফাংছ ;উৎপল বৰি ; বেনুপ্ৰভা শইকীয়া ৰেৱত হাজৰীকা ;পাৰ্থজিত বৰুৱা ;ডিম্বেশ্বৰ শইকীয়াই আৰু সাংস্কৃতিক অনুষ্ঠানৰ শুভ উন্মোচন কৰিব দ্বীপ ভূঞা আৰু অমল বৰুৱাই । সেয়ে দুদিনীয়া কাৰ্যসূচী সফল কৰি তুলিবৰ বাবে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি ডিম্বেশ্বৰ বৰা আৰু সম্পাদক বিদ্যাপ্ৰসাদ লস্কৰে প্ৰাক্তন শিক্ষাৰ্থী সকললৈ।

24/01/2024

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়। ২৭ আৰু ২৮ জানুৱাৰী, শনি আৰু দেওবাৰ। অন্তিম নিশা দেওবাৰে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথে। আপোনাৰ উপস্থিতি কামনা কৰিলো। দুয়ো দিন আমি -আপুনি মৰমৰ বিদ্যালয় খনতে বিলীন হ'ও আহক ।

24/01/2024

🎥 Calling all Kampur HS & MP School ex-students! 🎓 Join us for a nostalgic reunion at the Alumni Association Meet on January 27 & 28, 2024. Let's relive the memories and create new ones! 📅 Save the date and spread the word. See you there!

24/01/2024

শ্ৰদ্ধাৰ প্ৰাক্তন সতীৰ্থ সকল। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা ইং ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মহামিলন অনুষ্ঠানৰ প্ৰস্তুতি আপোনালোকৰ সহযোগিতাত প্ৰায় সম্পন্ন হোৱাৰ দিশত। আশাকৰো সকলো কাৰ্যসূচীত উপস্থিত থাকি আমাক উৎসাহিত আৰু অনুপ্ৰেৰনা যোগাব । লগতে অহা ২৭/২৮ তাৰিখে সন্ধিয়া অনুষ্ঠিত হ'ব লগীয়া প্ৰাক্তন সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহন কৰিব বিচৰাসকলক আগতীয়াকৈ
সাংস্কৃতিক বিভাগৰ লগত যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনোৱা হ'ল । ধন্যবাদেৰে -প্ৰকাশ ভূঞা (সহঃসম্পাদক)

🎓 Join us for a nostalgic journey down memory lane at our Alumni Meet on January 27th and 28th, 2024! Reconnect with old...
24/01/2024

🎓 Join us for a nostalgic journey down memory lane at our Alumni Meet on January 27th and 28th, 2024! Reconnect with old friends, share stories, and celebrate the bonds that last a lifetime. Save the date and make new memories with us! 📅

22/01/2024

শ্ৰদ্ধাৰ প্ৰাক্তন সতীৰ্থ সকল। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা ইং ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মহামিলন অনুষ্ঠানৰ প্ৰস্তুতি আপোনালোকৰ সহযোগিতাত প্ৰায় সম্পন্ন হোৱাৰ দিশত। আশাকৰো সকলো কাৰ্যসূচীত উপস্থিত থাকি আমাক উৎসাহিত আৰু অনুপ্ৰেৰনা যোগাব । লগতে অহা ২৭।/২৮ তাৰিখে সন্ধিয়া অনুষ্ঠিত হ'ব লগীয়া প্ৰাক্তন সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহন কৰিব বিচৰাসকলক আগতীয়াকৈ
সাংস্কৃতিক বিভাগৰ লগত যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনোৱা হ'ল । ধন্যবাদেৰে -প্ৰকাশ ভূঞা (সহঃসম্পাদক)

🎓 Join us for a nostalgic trip down memory lane at the KAMPUR HS & MP SCHOOL Alumni Meet on January 27-28, 2024! 📅 Recon...
22/01/2024

🎓 Join us for a nostalgic trip down memory lane at the KAMPUR HS & MP SCHOOL Alumni Meet on January 27-28, 2024! 📅 Reconnect with old friends, relive cherished moments, and create new memories. 🤝 Spread the word and let's make this reunion unforgettable! 🎉

অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত APS ত ৫৩ সংখ্যক স্থান লাভেৰে আমাৰ বিদ্যালয়ক গৌৰৱান্বিত কৰা আমাৰ প্ৰাক্তন প্ৰিয় ছা...
21/01/2024

অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত APS ত ৫৩ সংখ্যক স্থান লাভেৰে আমাৰ বিদ্যালয়ক গৌৰৱান্বিত কৰা আমাৰ প্ৰাক্তন প্ৰিয় ছাত্ৰ বিটু বৈশ্যক আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু আৰ্শীবাদ যাছিলোঁ ।

🎓 Join us for a nostalgic reunion at the Kampur HS & MP School Alumni Meet on 27-01-2024! Let's reminisce, reconnect, an...
21/01/2024

🎓 Join us for a nostalgic reunion at the Kampur HS & MP School Alumni Meet on 27-01-2024! Let's reminisce, reconnect, and celebrate the bonds that time can't erase. See you there! 📆

Address

Kampur HS Road
Kampur
782426

Website

Alerts

Be the first to know and let us send you an email when Kampur HS & MP School Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category