PM SHRI Kampur Higher Secondary & Multipurpose School

PM SHRI Kampur Higher Secondary & Multipurpose School The Temple of Education...

আজি বিদ্যালয়ত অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতা সভা।PM SHRI Kampur Higher Secondary & Multipurpose School .Date: 25-08-27
25/08/2026

আজি বিদ্যালয়ত অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতা সভা।

PM SHRI Kampur Higher Secondary & Multipurpose School .
Date: 25-08-27

চৰকাৰে প্ৰদান কৰা বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ঐক্য সাজ (Uniform) সমূহ ছাত্ৰ-ছাত্ৰী মাজত বিতৰণ কৰা হয়।PM SHRI Kampur ...
20/08/2026

চৰকাৰে প্ৰদান কৰা বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ঐক্য সাজ (Uniform) সমূহ ছাত্ৰ-ছাত্ৰী মাজত বিতৰণ কৰা হয়।

PM SHRI Kampur Higher Secondary & Multipurpose School .
Date : 19-08-2026

বিশেষ সম্বৰ্ধনা::    আমাৰ বিদ্যালয়ৰ পৰা ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা এথলেটিক্স প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন ...
15/08/2026

বিশেষ সম্বৰ্ধনা::

আমাৰ বিদ্যালয়ৰ পৰা ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা এথলেটিক্স প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰী কেইগৰাকীক আজি স্বাধীনতা দিৱসৰ দিনটোত "কামপুৰ ক্ৰীড়া সন্থা"ই বিশেষভাৱে সম্বৰ্ধনা জনায়।
PM SHRI Kampur Higher Secondary & Multipurpose School .

বিদ্যালয়ৰ বাবে ভাল লগা খবৰ।।।স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কঠিয়াতলী শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ সকলৰ মাজত অনুষ...
15/08/2026

বিদ্যালয়ৰ বাবে ভাল লগা খবৰ।।।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কঠিয়াতলী শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ সকলৰ মাজত অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ দলটোৱে জয় লাভ কৰিবলৈ সক্ষম হয়।

দলটোৰ প্ৰতিগৰাকী খেলুৱৈলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে দলটোৰ নেতৃত্ব বহন কৰা বিদ্যালয়ৰ শিক্ষক ৰুক্মজ্যোতি মেধি আৰু সমৰজ্যোতি বৰা ছাৰলৈ বিদ্যালয়ৰ পৰিয়াল বৰ্গৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

15/08/2026

"বুকু ভৰা দেশপ্ৰেম আৰু মনত অপৰিসীম উৎসাহ লৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰিলে এক আকৰ্ষণীয় মাৰ্চ পাষ্ট (March Past)। দেশৰ প্ৰতি থকা তেওঁলোকৰ এই অনুশাসন সঁচাকৈয়ে প্ৰশংসনীয়। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
জয় হিন্দ! 🇮🇳"
PM SHRI Kampur Higher Secondary & Multipurpose School .

বিদ্যালয়ত স্বাধীনতা দিৱস উদ্‌যাপন।PM SHRI Kampur Higher Secondary & Multipurpose School .
15/08/2026

বিদ্যালয়ত স্বাধীনতা দিৱস উদ্‌যাপন।
PM SHRI Kampur Higher Secondary & Multipurpose School .

স্বাধীনতা দিৱস উদ্‌যাপনৰ পূৰ্বে NCC Cadet শেষ অনুশীলন।PM SHRI Kampur Higher Secondary & Multipurpose School .
14/08/2026

স্বাধীনতা দিৱস উদ্‌যাপনৰ পূৰ্বে NCC Cadet শেষ অনুশীলন।
PM SHRI Kampur Higher Secondary & Multipurpose School .

স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতা।PM SHRI Kampur Higher Secondary & Multipurpose School .
14/08/2026

স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতা।
PM SHRI Kampur Higher Secondary & Multipurpose School .

আজি পুৱাই প্ৰাৰ্থনা সভাত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানৰ কেইখনমান স্থিৰ চিত্ৰ।PM SHRI Kampur Higher Secondary & Multipu...
14/08/2026

আজি পুৱাই প্ৰাৰ্থনা সভাত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানৰ কেইখনমান স্থিৰ চিত্ৰ।
PM SHRI Kampur Higher Secondary & Multipurpose School .

Bag Less Day..........PM SHRI Kampur Higher Secondary & Multipurpose School .Date : 12-08-2026
12/08/2026

Bag Less Day..........

PM SHRI Kampur Higher Secondary & Multipurpose School .
Date : 12-08-2026

Address

Near Kampur Railway Station
Kampur
782426

Website

Alerts

Be the first to know and let us send you an email when PM SHRI Kampur Higher Secondary & Multipurpose School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category