শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী

  • Home
  • India
  • Kamakhya
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী

শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী

বিগত বৰ্ষৰ দৰে এইবাৰো ডিমৰীয়া আগশাৰীৰ শিক্ষানুষ্ঠান ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন ত যোৱা ৬/৬/২০২৬ তাৰিখ শুক্ৰবাৰে...
09/06/2026

বিগত বৰ্ষৰ দৰে এইবাৰো ডিমৰীয়া আগশাৰীৰ শিক্ষানুষ্ঠান ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন ত যোৱা ৬/৬/২০২৬ তাৰিখ শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে মাধ্যমিক শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ ক্ষেত্ৰী ৰ উদ্যোগত একত্ৰিশতম বাৰ্ষিক অভিনন্দন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।

05/06/2026

পৰিবেশ দিবস উপলক্ষে আজি আমাৰ নিকেতন ত উপস্থিত হয় ঈশ্বৰ পুত্ৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ।

ধেমাজীত অনুষ্ঠিত হৈ যোৱা "৩৬ তম পণ্ডিত ৰজনীকান্ত দেব শর্মা  ক্ষেত্ৰীয় ক্ৰীড়া সমাৰোহ-২০২৬  অংশগ্ৰহণ কৰি শংকৰদেৱ শিশু বি...
01/06/2026

ধেমাজীত অনুষ্ঠিত হৈ যোৱা "৩৬ তম পণ্ডিত ৰজনীকান্ত দেব শর্মা ক্ষেত্ৰীয় ক্ৰীড়া সমাৰোহ-২০২৬ অংশগ্ৰহণ কৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী হিমাংশু বৈশ্য আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন নাহৰগুৰিঘাট নিকেতন ৰ তন্ময় ৰাহাং দুয়োজন ছাত্ৰ ই ৩০০০ মিটাৰ দৌৰত তৃতীয় স্থান আৰু ১৫০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰে। দুয়োগৰাকী ছাত্ৰলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

*Wisdom art competition* য়ে আয়োজন কৰা ছবি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আমাৰ নিকেতনত কেইবা গৰাকী ছাত...
19/05/2026

*Wisdom art competition* য়ে আয়োজন কৰা ছবি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আমাৰ নিকেতনত কেইবা গৰাকী ছাত্ৰ ছাত্ৰীয়ে state level ত স্থান পাবলৈ সক্ষম হৈছে । নিকেতনলৈ সুনাম কঢ়িয়াই অনা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
1.শ্ৰী উমাশ্ৰী টিমুংপি *Sate level 1st position* (ট্ৰফি,মানপত্ৰ,২০০০ টকা)

2.শ্ৰী কংকনা বৈশ্য
*State level 2 nd position*
(ট্ৰফি, মান পত্ৰ,১৫০০ টকা)

3.শ্ৰী নয়ন দাস
*State level 5th position*
( ট্ৰফি ,মান পত্ৰ,৩০০ টকা)

*School level 1st position*

1.শ্ৰী ধৃতিজিতা বড়ো (মানপত্ৰ,ট্ৰফি)
2. শ্ৰী প্ৰিয়ংকা ভূঁঞা (মানপত্ৰ,ট্ৰফি)
3.শ্ৰী ধনজিত ডেকা(মানপত্ৰ,ট্ৰফি)
4. শ্ৰী চুইটি ডেকা (মানপত্ৰ,ট্ৰফি)
5. শ্ৰী কৃতি মুদৈ (মানপত্ৰ,ট্ৰফি)
6.শ্ৰী গুঞ্জন দলৈ (মানপত্ৰ,ট্ৰফি)

আজি ইংৰাজী ৬/৫/২০২৬ তাৰিখ বুধবাৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী ৰ ২০২৫/২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উ...
06/05/2026

আজি ইংৰাজী ৬/৫/২০২৬ তাৰিখ বুধবাৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী ৰ ২০২৫/২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱা হয় আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।

যোৱা ২৭,২৮,২৯ তাৰিখ ৰ পৰা শংকৰদেৱ শিশু নিকেতন দৰংগিৰি ত অনুস্থিত হোৱা গুৱাহাটী বিভাগৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা আমাৰ ন...
29/04/2026

যোৱা ২৭,২৮,২৯ তাৰিখ ৰ পৰা শংকৰদেৱ শিশু নিকেতন দৰংগিৰি ত অনুস্থিত হোৱা গুৱাহাটী বিভাগৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা আমাৰ নিকেতন ৰ ছাত্ৰ-ছাত্ৰী সকলে অ‍ংশগ্ৰহণ কৰি নিকেতন লৈ সুনাম কঢ়িয়াই অনা কিছু স্থিৰ চিত্ৰ সাঁচি ৰাখিলোঁ।

10/04/2026

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী,ৰ সমূহ ছাত্ৰ-ছাত্ৰী ক আন্তৰিক অভিনন্দন জনালোঁ।

02/04/2026

আজি ২/৪/২০২৬ তাৰিখ বৃহস্পতিবাৰে শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী, নতুন বিদ্যাৰম্ভ কিছু স্থিৰ চিত্ৰ সাঁচি ৰাখিলোঁ।জয় বিদ্যা জয় সংস্কৃতি জয় ভাৰত মাতা।

01/04/2026

অংকুৰণৰ উদ্যোগত শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী ত অনুস্থিত হোৱা ১০ দিনীয়া নাট্য কৰ্মশালা ৰ শেষ ৰ দিনা ২ য় খন নাট ".. যুগ" নাট ৰ কিছু দৃশ্যাংশ।

অংকুৰণৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী ৰ সহযোগত অনুষ্ঠিত হোৱা ১০ দিনীয়া নাট কৰ্মশালা কালি সামৰণি অনুষ্...
30/03/2026

অংকুৰণৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী ৰ সহযোগত অনুষ্ঠিত হোৱা ১০ দিনীয়া নাট কৰ্মশালা কালি সামৰণি অনুষ্ঠান ত উপস্থিত হয় অসমৰ বিশিষ্ট অভিনেতা হিৰণ্য ডেকা ডাঙৰীয়া।দহ দিনীয়া নাট্য কৰ্মশালা ত অংশগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে দুখনকৈ নাট মঞ্চস্থ কৰে।এই সুযোগতে সকলো কাৰ্য্যকতা লগতে ছাত্ৰ-ছাত্ৰী সকলৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।

Address

Khetri
Kamakhya
782403

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category