16/06/2023
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সদস্য সকল তথা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ড° অমৰেন্দ্র কলিতা মহোদয় আৰু মাননীয় উপাধ্যক্ষা ড° নীলিমা গোস্বামী শৰ্মা মহোদয়া।
ছাত্ৰ একতা সভাৰ সদস্য সকল -
সাধাৰণ সম্পাদক - বিশাল কলিতা
সহঃ সাধাৰণ সম্পাদিকা - Sangita Nath
সভাপতি - Luit Nath
উপ সভাপতি - अंश शर्मा
সাংস্কৃতিক সম্পাদিকা - Pompi Devi
খেল বিভাগৰ সম্পাদক - Jitu Moni Singh
আলোচনী আৰু সাহিত্য বিভাগৰ সম্পাদিকা - Diksh*ta Das
তৰ্ক বিভাগৰ সম্পাদিকা - Masuma Parbin
ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক - Imran Ali
ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা - Sushmita Chakraborty
সমাজ সেৱা বিভাগৰ সম্পাদক - Chetan Sharma