Chitralekha Shiksha Bikash Mondir

Chitralekha Shiksha Bikash Mondir চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ

তেজপুৰ (শিক্ষামূলক ভ্ৰমণ) সপ্তম - অষ্টম শ্ৰেণী  : ২৪ নৱেম্বৰ,২০২৪
24/05/2026

তেজপুৰ (শিক্ষামূলক ভ্ৰমণ)
সপ্তম - অষ্টম শ্ৰেণী : ২৪ নৱেম্বৰ,২০২৪

বাৰ্ষিক ক্ৰীড়া সপ্তাহ সামৰণি অনুষ্ঠান (২০২৪-২০২৫)
24/05/2026

বাৰ্ষিক ক্ৰীড়া সপ্তাহ সামৰণি অনুষ্ঠান (২০২৪-২০২৫)

বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৪-২০২৫
24/05/2026

বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৪-২০২৫

বিমলা হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে ড° পল্লৱী শইকীয়া বাইদেউৱে আমাৰ বিদ্যালয়লৈ আগবঢ়োৱা গ্ৰন্থৰ টোপোলা (২০১৩...
18/05/2026

বিমলা হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে ড° পল্লৱী শইকীয়া বাইদেউৱে আমাৰ বিদ্যালয়লৈ আগবঢ়োৱা গ্ৰন্থৰ টোপোলা (২০১৩)

বিবেকানন্দ কেন্দ্ৰ যোৰহাট শাখাৰ সৌজন্যত আৰু চিত্রলেখা শিক্ষা মন্দিৰৰ উদ্যোগত "শিশুৰ মানসিক, বৌদ্ধিক বিকাশ কর্মশালা"(বিনা...
19/04/2026

বিবেকানন্দ কেন্দ্ৰ যোৰহাট শাখাৰ সৌজন্যত আৰু চিত্রলেখা শিক্ষা মন্দিৰৰ উদ্যোগত "শিশুৰ মানসিক, বৌদ্ধিক বিকাশ কর্মশালা"(বিনামূলীয়া)

তাং : ৬ আৰু ৭ এপ্ৰিল,২০২৬

HSLC Result (Batch 2025-26)
15/04/2026

HSLC Result (Batch 2025-26)

পদূলিত ব'হাগ...সৌৱা ব'হাগ ,ফুলিবলৈ ধৰা কপৌ পাহত গছৰ ডালত কুলি-কেতেকীৰ মাতত ঢোলৰ চেঁওতঢেঁকীৰ ঢেংকুলুচ শব্দতজেতুকাৰ ৰঙততগৰ...
12/04/2026

পদূলিত ব'হাগ...

সৌৱা ব'হাগ ,
ফুলিবলৈ ধৰা কপৌ পাহত
গছৰ ডালত কুলি-কেতেকীৰ মাতত
ঢোলৰ চেঁওত
ঢেঁকীৰ ঢেংকুলুচ শব্দত
জেতুকাৰ ৰঙত
তগৰৰ সুবাসত
বিৰিখৰ কুঁহি পাতত
সৌৱা ব'হাগ
নঙলা মুখত...🩷

09/03/2026

অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ

Address

Dhalajan
Jorhat

Alerts

Be the first to know and let us send you an email when Chitralekha Shiksha Bikash Mondir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category