DHOLI HIGH School

DHOLI HIGH School Dholi High School is a govt school. The purpose of our school is to give quality education to the st

সময়ৰ আহ্বান ৰুধিব কোনে?!! আজি বিদ্যালয়ৰ কাৰ্যালয় সহায়ক শ্ৰীযুত হিৰেণ বৰা দেৱে প্ৰায় ৩৬ বছৰ নিষ্ঠাৰে বিদ্যালয় খনলৈ সেৱা আ...
30/01/2026

সময়ৰ আহ্বান ৰুধিব কোনে?!! আজি বিদ্যালয়ৰ কাৰ্যালয় সহায়ক শ্ৰীযুত হিৰেণ বৰা দেৱে প্ৰায় ৩৬ বছৰ নিষ্ঠাৰে বিদ্যালয় খনলৈ সেৱা আগ বঢ়াই কৰ্মজীৱনৰ পৰা আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰে। কৰ্মজীৱনৰ সময়ছোৱাত তেখেতে ধলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৰ্বাংগীন উন্নতিৰ হকে আন্তৰিকতাৰে নিজ দায়িত্ব পালন কৰি যোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক সাংস্কৃতিক দিশতো বিশেষ ভাৱে আগুৱাই নিছিল।হিৰেণ বৰা দেৱৰ বিদায় বেলাত আজি প্ৰাতঃ সভাত সমূহ শিক্ষক- শিক্ষয়িত্ৰী,কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীৰ মাজত এক আবেগিক পৰিৱেশে বিৰাজ কৰে।সকলোৱে তেখেতক অৱসৰী জীৱনৰ শুভেচ্ছা জনোৱাৰ লগতে অৱসৰী জীৱন সুখৰ হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। We all will miss you all the time Hiren Da❤️❤️❤️

Flag hoisting and celebration of 77th Republic day 26/01/2026. Wishing all a very happy Republic day
26/01/2026

Flag hoisting and celebration of 77th Republic day 26/01/2026. Wishing all a very happy Republic day

Stored some clicks of Swaraswati Puja 2026 as sweet Memory dated 23/01/2026
24/01/2026

Stored some clicks of Swaraswati Puja 2026 as sweet Memory dated 23/01/2026

Some snaps of class x farewell meeting❤️.. Best wishes for your upcoming HSLC exam2026😊❤️
09/01/2026

Some snaps of class x farewell meeting❤️.. Best wishes for your upcoming HSLC exam2026😊❤️

Dholi High School family is wishing all a very happy new year 2026❤️! A few snaps of New year🙏
02/01/2026

Dholi High School family is wishing all a very happy new year 2026❤️! A few snaps of New year🙏

06/09/2025

Beautiful Performances by our loving students on Teachers' day 2025❤️

25/08/2025

গুৰুজনাৰ তিথি উপলক্ষ্যে বিদ্যালয়ৰ ছাত্ৰ দিবাকৰ, সঞ্জু, হিমাংশু, বাস্তৱ আৰু প্ৰিয়মৰ দ্বাৰা প্ৰৰ্দশিত গায়ন বায়নৰ কিছু দৃশ্য❤️🙏

25/08/2025

গুৰুজনাৰ তিথি উপলক্ষ্যে বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ধৰিত্ৰীশিখা শইকীয়াৰ সত্ৰীয়া নৃত্য প্ৰৰ্দশন❤️🙏

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষ্যে বিদ্যালয়ত ৰচনা প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, সত্ৰীয়...
25/08/2025

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষ্যে বিদ্যালয়ত ৰচনা প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰৰ্দশন, গায়ন বায়ন প্ৰৰ্দশন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিম্ন শাখা (ষষ্ঠ আৰু সপ্তম) ৰ চনাৰ বিষয় আছিল " মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ " আৰু উচ্চ শাখা( অষ্টম/ নৱম/ দশম)ৰ ৰচনাৰ বিষয় আছিল " অসমীয়া সাহিত্য সংস্কৃতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান" । অন্যহাতে বক্তৃতাৰ বিষয় আছিল " সমাজ সংস্কাৰক হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ"। নিম্ন শাখাৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰ সপোন সোনোৱাল ,দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় চয়নিকা হাজৰিকা আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় দুগৰাকী প্ৰতিযোগী ক্ৰমে দৃষ্টিপ্ৰিয়া দাস আৰু লাকী গগৈ । উচ্চ শাখাৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰুণিমা শইকীয়াই, দ্বিতীয় স্থান লাভ কৰে বৈষ্ণৱী হাজৰিকাই আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে দুগৰাকী ছাত্ৰী গায়ত্ৰী সন্দিকৈ আৰু কাব্যশ্ৰী শইকীয়াই। অতি আৰ্কষণীয় বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰিম্পী দৰৱধৰায়ে, দ্বিতীয় স্থান লাভ কৰে শ্যামৰঞ্জনী গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে কাব্যশ্ৰী শইকীয়াই। উল্লেখ্য যে ছাত্ৰ ছাত্ৰী সকলক প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে একোটাকৈ কলম সহ ক্ৰমে পাঁচ শ, তিনি শ আৰু দুশকৈ নগদ ধন ৰাশি প্ৰদান কৰি উৎসাহিত কৰা হয়। তিথিৰ লগত সংগতি ৰাখি সপ্তম শ্ৰেণীৰ ছাত্ৰী ধৰিত্ৰীশিখা শইকীয়াই প্ৰৰ্দশন কৰা সত্ৰীয়া নৃত্যই সকলোকে আপ্লুত কৰে। বিদ্যাালয়ৰ ছাত্ৰ দিবাকৰ দাস, সঞ্জু দাস, হিমাংশু দাস, বাস্তৱ দাস আৰু প্ৰিয়ম কোঁৱৰৰ দ্বাৰা প্ৰৰ্দশিত গায়ন বায়ন আজিৰ দিনটোৰ এক অন্য আৰ্কষণ আছিল। গুৰুজনাৰ তিথিৰ কাৰ্যসূচীত উপস্থিত থাকি তিথি ভাগি ব্যতিক্ৰমী ৰূপত সফল ভাৱে অনুষ্ঠিত কৰাত সহায় সহযোগ কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, প্ৰতিগৰাকী শ্ৰদ্ধাৰ কৰ্মচাৰী আৰু বিদ্যালয়ৰ প্ৰতি গৰাকী মৰমৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আজি বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ অনুশীলনৰ বাবে অহা বি•এড•  প্ৰশিক্ষাৰ্থীৰ সহযোগত...
05/06/2025

আজি বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ অনুশীলনৰ বাবে অহা বি•এড• প্ৰশিক্ষাৰ্থীৰ সহযোগত শপত গ্ৰহণ, গছ পুলি ৰোপণ, আলোচনা চক্ৰ আৰু বক্তিতা প্ৰদান আদি কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।🌿🌿🌿🌿

Congratulations to our students. Proud of you all❤️❤️❤️
11/04/2025

Congratulations to our students. Proud of you all❤️❤️❤️

Some clicks of farewell day of class x 2025 HSLC batch.. Best Wishes dear students for your HSLC EXAM❤️❤️❤️
14/02/2025

Some clicks of farewell day of class x 2025 HSLC batch.. Best Wishes dear students for your HSLC EXAM❤️❤️❤️

Address

Dholi Kosh, Bajal Bari, Titabar
Jorhat
785630

Telephone

7002833543

Website

Alerts

Be the first to know and let us send you an email when DHOLI HIGH School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category