Abhigyan Academy,Jorhat

Abhigyan Academy,Jorhat

Share

Senior Secondary School. Striving not only for academic excellence but all-around grooming - to make

28/04/2026

যোৰহাটৰ ন-আলি স্থিত অভিজ্ঞান একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ ১১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১০ গৰাকীয়ে ডিষ্টিংকচন, ১৭ গৰাকীয়ে ষ্টাৰ, ৭৫ গৰাকীয়ে লেটাৰ মাৰ্কচ,৫৮ গৰাকীয়ে প্রথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ১০০ শতাংশ সফলতাৰ হাৰ লাভ কৰিবলৈ সক্ষম হয় | সকলো ছাত্র-ছাত্রী,শিক্ষক -শিক্ষয়িত্রী আৰু অভিভাৱকক অভিনন্দন জ্ঞাপন কৰিছোঁ |

ধন্যবাদেৰে
অনুপ বৰুৱা
অধ্যক্ষ
অভিজ্ঞান একাডেমী

28/04/2026
28/04/2026

Results of H.S.Final Examination

Abhigyan Academy Senior Secondary School

Total students appeared..110
Distinction..10
Star Marks...17
Letter Marks..75
1st Division...58
Pass percentage..100

24/04/2026

অভিজ্ঞান একাডেমীৰ পৰিচালন সঞ্চালক ড: দীপক চন্দ্ৰ বৰালৈ অভিনন্দন জ্ঞাপন কৰা এটি বাতৰি...

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Na-Ali
Jorhat
785001