Acharya vision and growth

Acharya vision and growth "विद्याधनं सर्वधनप्रधानम्।।"
𝐔𝐧𝐥𝐨𝐜𝐤 𝐘𝐨𝐮𝐫 𝐂𝐡𝐢𝐥𝐝’𝐬 𝐏𝐨𝐭𝐞𝐧𝐭𝐢𝐚𝐥! 𝐈𝐧𝐭𝐫𝐨𝐝𝐮𝐜𝐢𝐧𝐠 "𝐀𝐂𝐇𝐀𝐑𝐘𝐀 𝐕𝐈𝐒𝐈𝐎𝐍 𝐀𝐍𝐃 𝐆𝐑𝐎𝐖𝐓𝐇 "– 𝐰𝐡𝐞𝐫𝐞 𝐬𝐮𝐜𝐜𝐞𝐬𝐬 𝐛𝐞𝐠𝐢𝐧𝐬! Jorhat,Assam-785001

🇮🇳 Celebrating India’s journey beyond the skies! Happy National Space Day! Dream. Discover. Inspire. 🚀
23/08/2026

🇮🇳 Celebrating India’s journey beyond the skies!
Happy National Space Day!
Dream. Discover. Inspire. 🚀

নামঘৰৰ হৰিনামৰ পৱিত্ৰ ধ্বনিৰে সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সদ্ভাৱ অধিক সুদৃঢ় হওক।
19/08/2026

নামঘৰৰ হৰিনামৰ পৱিত্ৰ ধ্বনিৰে সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সদ্ভাৱ অধিক সুদৃঢ় হওক।

🇮🇳 A Nation Built on Freedom. A Future Built by Young Minds.This Independence Day, Acharya Vision And Growth proudly sal...
15/08/2026

🇮🇳 A Nation Built on Freedom. A Future Built by Young Minds.
This Independence Day, Acharya Vision And Growth proudly salutes the brave hearts whose sacrifices gave us the freedom we cherish today. As educators, our greatest responsibility is to nurture young minds with knowledge, character, confidence, and the vision to build a stronger India.

12/08/2026

Happy International Youth Day 2026! 🌍✨ On 12 August, we celebrate the energy, ideas, dreams and potential of young people. This year’s theme, “Different Contexts, Common Aspirations,” reminds us that although young people come from different backgrounds and face different challenges, we share common hopes for quality education, opportunities, meaningful careers and a better future. At Acharya Vision And Growth, we believe every student has the power to learn, grow and create a positive impact. Keep dreaming, keep learning and keep moving forward—the future belongs to the youth who are prepared to shape it. 💙💛

Happy International Youth Day 2026! 🌍✨ On 12 August, we celebrate the energy, ideas, dreams and potential of young peopl...
12/08/2026

Happy International Youth Day 2026! 🌍✨ On 12 August, we celebrate the energy, ideas, dreams and potential of young people. This year’s theme, “Different Contexts, Common Aspirations,” reminds us that although young people come from different backgrounds and face different challenges, we share common hopes for quality education, opportunities, meaningful careers and a better future. At Acharya Vision And Growth, we believe every student has the power to learn, grow and create a positive impact. Keep dreaming, keep learning and keep moving forward—the future belongs to the youth who are prepared to shape it. 💙💛

ব্ৰহ্মপুত্ৰৰ বানপানীৰ ওপৰত আমাৰ আচাৰ্য‍্য ভিচন এণ্ড গ্ৰথ’ৰ বিজ্ঞানৰ শিক্ষক অৰিন্দম ছাৰৰ দৈনিক জনমভূমি কাকতত তেখেতে দাঙিধ...
29/07/2026

ব্ৰহ্মপুত্ৰৰ বানপানীৰ ওপৰত আমাৰ আচাৰ্য‍্য ভিচন এণ্ড গ্ৰথ’ৰ বিজ্ঞানৰ শিক্ষক অৰিন্দম ছাৰৰ দৈনিক জনমভূমি কাকতত তেখেতে দাঙিধৰা বিশ্লেষণ ।

বানপীড়িতসকলক সাকলোৰে সহযোগত কিছু পৰিমানে সহায়ৰ বাবে যোৱা দেওবাৰে আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস ………. বানপীড়িতসকলক বানে যিদৰে ক...
27/07/2026

বানপীড়িতসকলক সাকলোৰে সহযোগত কিছু পৰিমানে সহায়ৰ বাবে যোৱা দেওবাৰে আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস ………. বানপীড়িতসকলক বানে যিদৰে ক্ষতিগ্ৰস্ত কৰিলে সেয়া সচাঁই বৰ্ণনা কৰিব নোৱাৰা দুখ । ৰাইজক বৰ্তমানেও যথেস্ত সাহাৰ্য‍্যৰ প্ৰয়োজন … শেষত , ভগৱানলৈ প্ৰাৰ্থনা যাতে অসমবাসীয়ে এই যি বানৰ তাণ্ডৱ তাক পুনৰবাৰ নেদেখক।

25/07/2026

এই কঠিন সময়ত Acharya Vision and Growth-ৰ সৈতে যোৰহাটৰ বানপীড়িত পৰিয়ালসমূহলৈ ঔষধ, বিশুদ্ধ খোৱাপানী, কাপোৰ, ব্লিচিং পাউডাৰ, ফিনাইল, হেল’জেন টেবলেট আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত সকোৱে সহযোগিতা কৰক।
আপোনাৰ ক্ষুদ্ৰ দানেই কাৰোবাৰ বাবে জীৱনৰ ডাঙৰ সহায় হ’ব পাৰে।সকলোলৈকে অনুৰোধ যে সকলোৱে সহযোগিতা কৰক , মানৱতা ৰক্ষা কৰক।

“কবিৰ শব্দ,চিন্তা আৰু সৃষ্টিৰ সুগন্ধ কেতিয়াও নিঃশেষ নহয়।“অসমীয়া সাহিত‍্যৰ অনন‍্য সাধক , সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচা...
04/07/2026

“কবিৰ শব্দ,চিন্তা আৰু সৃষ্টিৰ সুগন্ধ কেতিয়াও নিঃশেষ নহয়।“
অসমীয়া সাহিত‍্যৰ অনন‍্য সাধক , সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ অমৰ সাহিত্যকৰ্মলৈ সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ পুণ‍্যতিথিত শ্ৰদ্ধাঞ্জলি যাচিলোঁ। 🙏🌼🦋

Address

Dakhin Sarbaibandha , Near Samannay Path
Jorhat
785001

Alerts

Be the first to know and let us send you an email when Acharya vision and growth posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share