Chintamoni Adarsha Sishu Niketan, Da-gaon, Jorhat.

Chintamoni Adarsha Sishu Niketan, Da-gaon, Jorhat. has twelve classes from KG 1 to class x.

Chintamoni Adarsha Sishu Niketan, Da-gaon is a public school which was established on 31st March of 1988.It is situated in the North West of Jorhat District of Assam.

14/04/2026

অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ।

Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (২০২৬)ত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ Distinction লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ...
11/04/2026

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (২০২৬)ত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ Distinction লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অভিনৱ শাণ্ডিল্যক আজি ঢেকৰ গঢ়া তথা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰীযুতা মিনতি গোস্বামী বাইদেৱে সম্বৰ্ধনা জনোৱা কেইখনমান আলোকচিত্ৰ।

11/04/2026

মেট্ৰিকত শীৰ্ষ স্থান দখল কৰা ৪ শিক্ষাৰ্থীৰ ফলাফলৰ সৱিশেষ।

শ্ৰী নয়নজ্যোতি কলিতাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত লেটাৰ মাৰ্ক সহ দ্বিতীয় বিভাগত (  ৫৯ শতাংশ ...
10/04/2026

শ্ৰী নয়নজ্যোতি কলিতাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত লেটাৰ মাৰ্ক সহ দ্বিতীয় বিভাগত ( ৫৯ শতাংশ ) উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। নয়নজ্যোতি কলিতা যোৰহাটৰ কুহুমযোগনীয়া গাঁৱৰ নিৱাসী শ্ৰীযুত মহেন্দ্ৰ কলিতা আৰু শ্ৰীযুতা ৰিণ্টু কলিতাৰ পুত্ৰ।

শ্ৰী দেৱাশীষ বৰঠাকুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত লেটাৰ মাৰ্ক সহ (  ৬৪.৮৩ শতাংশ ) লাভ কৰি সফলত...
10/04/2026

শ্ৰী দেৱাশীষ বৰঠাকুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত লেটাৰ মাৰ্ক সহ ( ৬৪.৮৩ শতাংশ ) লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। দেৱাশীষ বৰঠাকুৰ যোৰহাটৰ ৰাজগুৰু গাঁৱৰ নিৱাসী শ্ৰীযুত হীৰেণ বৰঠাকুৰৰ একমাত্ৰ পুত্ৰ।

শ্ৰী পাৰ্থ কলিতাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ গণিত বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত (৭০.৫০ শতাংশ)উত্...
10/04/2026

শ্ৰী পাৰ্থ কলিতাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ গণিত বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত (৭০.৫০ শতাংশ)উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। পাৰ্থ কলিতা গৰখীয়া দ'লৰ নিৱাসী শ্ৰীযুত জিতেন কলিতা আৰু শ্ৰীযুতা ৰঞ্জু কলিতাৰ জ্যেষ্ঠ পুত্ৰ।

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিনৱ শাণ্ডিল্যই         সাধাৰণ গণিতত    ৯৯        উচ্চ গণিতত          ৯৮        ...
10/04/2026

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিনৱ শাণ্ডিল্যই
সাধাৰণ গণিতত ৯৯
উচ্চ গণিতত ৯৮
ইংৰাজীত ৯৮
অসমীয়াত ৯২
সমাজ বিজ্ঞানত ৯০
সাধাৰণ বিজ্ঞানত ৮০ নম্বৰ লাভ কৰি Distinction সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অভিনৱ শাণ্ডিল্য দ- গাঁও চিন্তামণিৰ শ্ৰীযুত স্বৰূপ বৰঠাকুৰ আৰু শ্ৰীযুতা বিনীতা বৰঠাকুৰৰ একমাত্ৰ সন্তান।

10/04/2026

প্ৰথম বিভাগ
অভিনৱ শাণ্ডিল্য (Distinction)
সাধাৰণ গণিত ৯৯
উচ্চ গণিত ৯৮
ইংৰাজী ৯৮
অসমীয়া ৯২
সমাজ বিজ্ঞান ৯০
সাধাৰণ বিজ্ঞান ৮০
শতকৰা হাৰ ৯২.৮৩।
দেৱাশীষ বৰঠাকুৰ (অসমীয়াত লেটাৰ মাৰ্ক)
শতকৰা হাৰ ৬৪.৮৩ ।
পাৰ্থ কলিতা (গণিতত লেটাৰ মাৰ্ক )
শতকৰা হাৰ ৭০.৫০ ।
দ্বিতীয় বিভাগ
নয়নজ্যোতি কলিতা (অসমীয়াত লেটাৰ মাৰ্ক )
শতকৰা হাৰ ৫৯ ।
অঙ্কুৰ জ্যোতি গায়ন
শতকৰা হাৰ ৫১.৬৭
গৌতম বৰদলৈ
শতকৰা হাৰ ৫৪ ।
মুঠ অৱতীৰ্ণ ৬ জন
উত্তীৰ্ণ ৬ জন
উত্তীৰ্ণৰ শতকৰা হাৰ ১০০ ।

10/04/2026

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ কেইগৰাকীয়ে ১০০ শতাংশ উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শুভ চিন্তক সকলৰ উপস্থিতি তথা সহযোগিতা একান্তই কামনা কৰিলোঁ।
27/03/2026

প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শুভ চিন্তক সকলৰ উপস্থিতি তথা সহযোগিতা একান্তই কামনা কৰিলোঁ।

17/03/2026

Address

Jorhat
785015

Alerts

Be the first to know and let us send you an email when Chintamoni Adarsha Sishu Niketan, Da-gaon, Jorhat. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category