Rajoi Bagan LP School

Rajoi Bagan LP School ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয় যোৰহাট জিলাৰ মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয় ।

জৈৱিক শাক-পাচলি বাৰীৰ ধাৰাবাহিকতা (২০১৬ চনৰ পৰা), শীতকালীন ২০২৫-২৬ বৰ্ষ,ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়, মধ্য যোৰহাট শিক্ষ...
06/01/2026

জৈৱিক শাক-পাচলি বাৰীৰ ধাৰাবাহিকতা (২০১৬ চনৰ পৰা), শীতকালীন ২০২৫-২৬ বৰ্ষ,ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়, মধ্য যোৰহাট শিক্ষা খণ্ড, যোৰহাট জিলা

We are thrilled to announce that our school has been honored by Krishi Vigyan Kendra (KVK), Jorhat, Assam Agricultural U...
24/12/2025

We are thrilled to announce that our school has been honored by Krishi Vigyan Kendra (KVK), Jorhat, Assam Agricultural University with a Letter of Appreciation and a Appreciation Trophy.
This recognition was awarded during 'Kisan Mahotsav 2025-26' for our outstanding efforts in establishing and maintaining a Nutrition Garden on our school campus.
This achievement is the result of the exemplary commitment and active involvement of our teachers, students, and staff. Together, we have created not just a garden but a living classroom that :
* Promotes sustainable food production practices.
* Encourages healthy dietary habits among our students.
* Ensures nutritional security through home-grown vegetables.
* Fosters environmental consciousness and community well-being.
We extend our sincere gratitude to Sanjoy Borthakur (Senior Scientist & Head) and the entire team at KVK, Jorhat, for their guidance and for promoting agricultural awareness in our community.
Let’s keep growing together toward a greener, healthier future!


ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত আজি শিশু দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী
14/11/2025

ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত আজি শিশু দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী

আজি ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত উদযাপন কৰা শিশু দিৱসৰ প্ৰথম দিনত ছাত্ৰ-ছাত্ৰী সকলৰ ম...
13/11/2025

আজি ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত উদযাপন কৰা শিশু দিৱসৰ প্ৰথম দিনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা অতি উৎসাহজনক।

আমাৰ বিদ্যালয়ৰ বাবে গৌৰৱ, আমি বিদ্যালয়ত নিয়মীয়া ভাবে কৰি আহা কামখিনি ৰাজ্যিক পৰ্যায়ত উপস্থাপন কৰাৰ বাবে নিৰ্বাচিত হ...
16/10/2025

আমাৰ বিদ্যালয়ৰ বাবে গৌৰৱ, আমি বিদ্যালয়ত নিয়মীয়া ভাবে কৰি আহা কামখিনি ৰাজ্যিক পৰ্যায়ত উপস্থাপন কৰাৰ বাবে নিৰ্বাচিত হৈছে।

"এক বিশ্ব,এক স্বাস্থ্যৰ বাবে যোগ"- আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন,২১ জুন ২০২৫ চন
21/06/2025

"এক বিশ্ব,এক স্বাস্থ্যৰ বাবে যোগ"- আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন,২১ জুন ২০২৫ চন

Address

Rajoi Tiniali Lahdoigarh Road
Jorhat
785107

Website

Alerts

Be the first to know and let us send you an email when Rajoi Bagan LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category