Jorhat Aanchalik Satra Xantha(Jorhat Regional Students Union)

  • Home
  • India
  • Jorhat
  • Jorhat Aanchalik Satra Xantha(Jorhat Regional Students Union)

Jorhat Aanchalik Satra Xantha(Jorhat Regional Students Union) ১৫ টাকৈ শাখা ছাত্ৰ সন্থা/মহাবিদ্যালয় আছু গোটেৰে গঠিত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা

13/01/2025
যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যোৰহাট মহাবিদ্যালয় আছু গোট পুনৰ গঠন কৰা হয় । All Jorhat District Students' Union- স...
14/11/2024

যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যোৰহাট মহাবিদ্যালয় আছু গোট পুনৰ গঠন কৰা হয় ।

All Jorhat District Students' Union- সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা

12/11/2024

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই.টি.আই) যোৰহাটৰ সাধাৰণ নিৰ্বাচনত সকলো পদতে আছু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ ।

সকলো বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

জয় আই অসম ✊
10/11/2024

জয় আই অসম ✊

যোৰহাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ পদত নৱনিযুক্ত ড° সৌমিত্ৰ পূজাৰী ছাৰক যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা জ্ঞাপন ...
22/09/2024

যোৰহাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ পদত নৱনিযুক্ত ড° সৌমিত্ৰ পূজাৰী ছাৰক যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা। আশা কৰো আপোনাৰ সু নেতৃত্বত যোৰহাট মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনত এক নতুনত্বৰ আলোড়ন সৃষ্টি কৰিব।

Soumitra Puzari

মাটিৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ অমৰ সৃষ্টিৰাজীক জীয়াই ৰাখিবলৈ আমি দৃঢ়সংকল্পবদ্ধ,সেই সৃষ্টিৰাজীক নৱপ্ৰজন্মৰ মাজলৈ লৈ ...
08/07/2022

মাটিৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ অমৰ সৃষ্টিৰাজীক জীয়াই ৰাখিবলৈ আমি দৃঢ়সংকল্পবদ্ধ,সেই সৃষ্টিৰাজীক নৱপ্ৰজন্মৰ মাজলৈ লৈ যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ প্ৰসিদ্ধ গীতিকাৰ,সুৰকাৰ প্ৰয়াত নুৰুল হকদেৱৰ আজি ষষ্ঠ মৃত্যুবাৰ্ষিকীৰ দিনা যোৰহাট নগৰৰ মাজমজিয়াৰ সহস্ৰাব্দী কাননত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বন্তি প্ৰজ্বলন কৰি মহান শিল্পীগৰাকীক শ্ৰদ্ধাস্মৰণ কৰা হয় ৷

ইতিমধ্যে প্ৰকাশিত ।
10/02/2022

ইতিমধ্যে প্ৰকাশিত ।

আজিৰ কাকতত প্ৰকাশিত।
23/01/2022

আজিৰ কাকতত প্ৰকাশিত।

In the beginning of this year, we aim to do something special for the entire Jorhat student community. For the successfu...
21/01/2022

In the beginning of this year, we aim to do something special for the entire Jorhat student community. For the successful results of our students in competitive exams, the executive meeting of the All Jorhat District Students' Union decided to establish a small library (consisting of sample papers, previous years question papers, short cut techniques, and study materials for competitive exams) in each degree college of the Jorhat district.

কাকতত প্ৰকাশিত।
31/12/2021

কাকতত প্ৰকাশিত।

Address

J. B College
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Jorhat Aanchalik Satra Xantha(Jorhat Regional Students Union) posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jorhat Aanchalik Satra Xantha(Jorhat Regional Students Union):

Shortcuts

Share