Jonaki Sangha Vidyalay Alumni Association

Jonaki Sangha Vidyalay Alumni Association জোনাকী সংঘ বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ অফিচিয়েল ফেচবুক পে'জ ।

Heartiest Congratulations! We are immensely proud to congratulate Ankita Dutta, an alumna of Jonaki Sangha Vidyalay (Bat...
08/07/2026

Heartiest Congratulations!
We are immensely proud to congratulate Ankita Dutta, an alumna of Jonaki Sangha Vidyalay (Batch 2016–17), on her remarkable achievement of being selected as Junior Engineer (Civil) under the Public Health Engineering Department (PHED), Government of Assam, through APSC.
Your hard work, dedication, and perseverance have truly paid off. This achievement is an inspiration to all the students of Jonaki Sangha Vidyalay and a moment of great pride for the entire school family.
✨ Wishing you continued success, a bright future, and many more milestones ahead. Keep inspiring others with your journey!
Congratulations once again, Ankita! 🌸👏
– Jonaki Sangha Vidyalay Alumni Association Family

সদ্যঘোষিত অসম লোকসেৱা আয়োগ (APSC)ৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাৰ জৰিয়তে অসম চৰকাৰৰ গৃহ আৰু নগৰ বিষয়ক বিভাগৰ অধীনত অসম নগৰ ...
15/12/2025

সদ্যঘোষিত অসম লোকসেৱা আয়োগ (APSC)ৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাৰ জৰিয়তে অসম চৰকাৰৰ গৃহ আৰু নগৰ বিষয়ক বিভাগৰ অধীনত অসম নগৰ অভিযান্ত্ৰিক সেৱা (AUES) কেডাৰৰ Urban Technical Officer (Class–I Gazetted) পদত ১৪তম স্থান (14th Rank) লাভ কৰি নিযুক্তি পাবলৈ সক্ষম হোৱা আমাৰ বিদ্যালয়ৰ ২০১৬–১৭ বৰ্ষৰ ছাত্ৰী অনন্যা চুমি গগৈয়ে তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বৰ জৰিয়তে পিতৃ-মাতৃ, যোৰহাটবাসীসকলৰ লগতে আমাৰ বিদ্যালয়খনলৈও অপাৰ গৌৰৱ কঢ়িয়াই আনিছে; অধ্যৱসায়, নিষ্ঠা আৰু দৃঢ় সংকল্পেৰে লাভ কৰা এই সাফল্য আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হিচাপে বিবেচিত হ’ব বুলি আমি আশাবাদী আৰু এই উপলক্ষে জোনাকী সংঘ বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ ফালৰ পৰা তেওঁলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ আগন্তুক কৰ্মজীৱন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। 💐👏

Address

Kushal Konwar Path, Jail Road
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Jonaki Sangha Vidyalay Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jonaki Sangha Vidyalay Alumni Association:

Shortcuts

Share

Category