Department of Chemistry, Bahona College,Jorhat,Assam

Department of Chemistry, Bahona College,Jorhat,Assam

Share

DEPARTMENT OF CHEMISTRY, BAHONA COLLEGE
OFFICIAL FB PAGE

Photos from Department of Chemistry, Bahona College,Jorhat,Assam's post 16/06/2022

বাহনা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ৰসায়ন সমাজে বাহনাৰ অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান 'সেৱাৰ' সহযোগত বাহনা তিনিআলিত ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। আৰম্ভণিতে এই বাটৰ নাট খনি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি অহা বাবে ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক সেৱাৰ সম্পাদক শ্ৰী ৰাজীৱ কুমাৰ নাজিৰে আদৰণি জনায়। বাহনা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড' পৰিণীতা বৰাই নাটকখন ৰচনা কৰি দিয়া শ্ৰী জগন্নাথ অগ্নি বৰা আৰু পখিল বৰাৰ শলাগ লয় আৰু উপস্থিত থকা ড' গিৰিন্দ্ৰ নাথ কাকতিয়ে বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে ১৯৭৪ চনৰ বিশ্ব পৰিবেশ দিৱসৰ মূল বিষয়বস্তু আৰু ২০২২ চনৰ মূল বিষয়বস্তু একেই- এখন মাত্ৰ পৃথিৱী (আমি জীয়াই থাকিবলৈ হ'লে পৃথিৱীখন বচাই ৰাখিব লাগিব) অৰ্থাৎ এতিয়াও বিশ্বৰ জনসাধাৰণ পৰিবেশৰ প্ৰতি সচেতন হোৱা নাই। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অভাৱনীয় ধৰণে জলবায়ুৰ পৰিবৰ্তন ঘটিছে। উপস্থিত থকা সৰ্বেশ্বৰ বৰাই দুআষাৰি বক্তব্য ৰাখে। নাটকখনত অভিনয় কৰে বিভাগৰ ছাত্ৰ ছাত্ৰী ক্ৰমে কৰবী শইকীয়া, কৌশিকী অগ্নি বৰা, দেৱযানী শইকীয়া, ধ্ৰুৱজ্যোতি শইকীয়া, প্ৰদীপ বৰা, লক্ষ্যজিৎ শইকীয়া আৰু জনাৰ্দন হাজৰিকাই, সহযোগ কৰে বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীয়ে। আৰম্ভণিতে বাহনা মহাবিদ্যালয়ৰ পৰা বাহনা তিনিআলিলৈকে বিভিন্ন শ্ল'গানেৰে সমদল বাহিৰ কৰি এই নাট প্ৰদৰ্শন কৰে। নাটক প্ৰদৰ্শনৰ পিছত বিভাগৰ তৰফৰ পৰা উপস্থিত সকলোকে একোটাকৈ কপাহী কাপোৰৰ মোনা আৰু লগতে প্ৰাক্তন ছাত্ৰ দেৱজিৎ নেওগে যোগান ধৰা সাছী গছৰ পুলি যোগান ধৰা হয়। বিভাগৰ মুৰব্বী অধ্যাপিকা ড' পৰিণীতা বৰাৰ নেতৃত্বত ৰসায়ন বিজ্ঞান বিভাগৰ ফালৰ পৰা লোৱা এই পদক্ষেপক সকলোৱে শলাগ লয় আৰু ভবিষ্যতে যাতে এনেকুৱা অনুষ্ঠান বেছি সংখ্যক মানুহৰ মাজলৈ লৈ যাব পাৰি তাৰ বাবে ৰাইজৰ ফালৰ পৰা অনুৰোধ জনায়। শ্ৰী ৰাজীৱ কুমাৰ নাজিৰে অনুষ্ঠানটোৰ আঁত ধৰি অতি সুন্দৰভাৱে ৰাইজৰ মাজত বাটৰ নাটকখন উপস্থাপন কৰাত সহায় কৰে।

11/02/2022

সকলোৰে উপস্থিতি কামনা কৰিলো

Photos from Department of Chemistry, Bahona College,Jorhat,Assam's post 08/01/2022

In yesterday cultural rally our department got First position. This is the fourth time we have got 1st position in cultural rally consecutively in the year 2018, 2019, 2020 and now in 2022.
Congratulations to the entire team.

21/08/2021

Congratulations to Mr Kankan Kishore Dutta being selected for the prestigious National Awards to Teachers, 2021. Thank you for making us proud. Best wishes for your upcoming journeys.
Regards
Department of Chemistry, Bahona College, Jorhat

Registration form 14/08/2020

Massage from Parinita ma'am -
Dear, Sir/ Madam
Warm greetings from the Department of Chemistry, Bahona college,Bahona.
We have the pleasure to inform you that the Department of Chemistry, Bahona College is going to organise a webinar on "Chemical Sciences " .The details of the webinar are as given below.
Resource Persons :
1. Prof. Ghanashyam Bez
Department of Chemistry
North-Eastern Hill University, Shillong.
TOPIC: Spectroscopic Techniques in Chemistry.

2. Prof. Ramesh Ch.Deka
Dean , School of Sciences
Department of Chemical Sciences
Tezpur University, Assam, India
TOPIC: Quantum Chemistry

Date: 17th August 2020; From 11:00 AM - 1:00 PM
Meeting Platform: Google Meet
Registration Link :https://forms.gle/DThnmZqkDWG5koYo8
Interested B.Sc/M.Sc students are requested to join the webinar.
General Instructions:
i. You are kindly requested to join at least 10 minutes before commencement of the webinar.
ii. The meeting link of the webinar will be sent to your Registered email ID.
iii.E-certificate will be sent to the registered Email ID after filling out the feed back form.

Regards,
Dr. Parinita Borah
HOD, Department of Chemistry
Bahona College.Bahona
Mobile : 8472980360/6001793989
Email: [email protected]

Registration form Webinar on Chemical Sciences organised by Bahona College

Photos from Department of Chemistry, Bahona College,Jorhat,Assam's post 06/02/2020

Achievement:- 2020
প্ৰাপ্তি আমাৰ অহংকাৰ নহয় ❤️
ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম পুৰস্কাৰ আৰু বিভাগীয় প্ৰাচীৰ পত্ৰিকা BONDING এ লাভ কৰে দ্বিতীয় পুৰষ্কাৰ।
Photo Credit - বিক্ৰমাদিত্য বকলিয়াল ছাৰ❤️
ধন্যবাদ ছাৰ🙏
ৰসায়ন বিজ্ঞান বিভাগৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল।

28/01/2020

বাৰ্ষিক কলেজ সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰা মানেই ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰথম স্হান প্ৰাপ্তি। হয় এইবাৰো বিগত দুটা বছৰৰ দৰে আমাৰ মৰমৰ ৰসায়ন বিজ্ঞান বিভাগে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে প্ৰথম স্হান লাভ কৰি হেট্ৰিক কৰিবলৈ সক্ষম হও
আমাৰ এই জয়ৰ যাত্ৰাত আমাক সততে সহায় কৰি অহা বিভাগীয় মূৰব্বী বাইদেউ আৰু বিভাগীয় সকলো অধ্যাপক, কৰ্মচাৰী আৰু প্ৰাক্তন দাদা বাইদেউ সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
জয়তু বাহনা মহাবিদ্যালয়
জয়তু ৰসায়ন বিজ্ঞান বিভাগ
২৮/০১/২০২০
শোভাযাত্ৰাৰ বিষয়:- অসমীয়া বাৰ মাহৰ বিভিন্ন উৎসৱ

Photos from Department of Chemistry, Bahona College,Jorhat,Assam's post 05/09/2019

2019 বৰ্ষৰ শিক্ষক দিৱস উদযাপন।
ৰসায়নবিজ্ঞান বিভাগ, বাহনা মহাবিদ্যালয়।

19/03/2019

Join us tomorrow 10 am

Photos from Department of Chemistry, Bahona College,Jorhat,Assam's post 11/01/2019

যোৱা বছৰো এই দিনটোটেই ৰসায়ন বিজ্ঞান বিভাগে বাহনা মহাবিদ‍্যালয়ৰ মহাবিদ‍্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিল।
আজি আকৌ যোৱাবছৰৰ দৰেই ৰসায়ন বিজ্ঞান বিভাগে পুনৰ বাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে লগতে প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাতো তৃতীয় স্হান লাভ কৰে। এই কৃতিত্বৰ যাত্ৰাকালত আমাক লগ দিয়া প্ৰত‍্যেকজন অনুজ, অগ্ৰজ, সহপাঠী আৰু বিভাগীয় শিক্ষাগুৰু তথা কৰ্মচাৰীবৃন্দক ধন‍্যবাদ জ্ঞাপন কৰিলো

09/02/2018

Department of Chemistry got first prize in cultural rally in college week and the wall magazine "BONDING" got second prize

Photos 28/12/2016

Bonding 2016-17

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Website

Address


Nimati Road
Jorhat
785101