12/05/2026
Needs Technical Institute, নকছাৰী শাখা ত
১) Theory ক্লাছ দিয়াটো বাধ্যতা মূলক, যাৰ অবিহনে নতুনকৈ শিকা ছাত্ৰ ছাত্ৰী সকলৰ বিষয়টোৰ concept clear হোৱাত অসুবিধা হয়।
২) আমাৰ ইনষ্টিটিউট ত হাতে লিখা টোকা দিয়া নাযায়, সকলোবোৰ টোকা কম্পিউটাৰ প্ৰিণ্ট কৰা হয়।
৩) Course সমূহ শেষ হোৱাৰ পিছত প্ৰমাণ পত্ৰ (Certificate) প্ৰদান কৰা হয়।
৪) ন্যূনতম B.C.A. শিক্ষকৰ দ্বাৰা শিকোৱা হয়।
৫) প্ৰতি বছৰে ৩ জন আৰ্থিক ভাবে দুৰ্বল মেধা ছাত্ৰ - ছাত্ৰীক বিনামূল্যে শিকোৱা হয় (১২ - ১৮ মাহ course প্ৰদান কৰা হয় যাৰ মূল্য Rs. ৫৬,০০০ টকা)।
৬) ১৬ বছৰ অভিজ্ঞতাৰে নকছাৰীৰ প্ৰথম খন কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান।
Address:
Needs Technical Institute,
Hazarika Brothers Building,
Deberapar sariali, Deberapar-Teok Road,
1st Floor, near Masjid and SBI ATM
M: 096133 15911
Asif Ikbal