Bidyutkunj Jatiya Vidyalaya Jorhat

Bidyutkunj Jatiya Vidyalaya Jorhat Bidyutkunj Jatiya Vidyalaya, Jorhat, is an Assamese medium School located at West Jorhat on NH37

We are an educational institution brand consisting of Bidyutkunj Jatiya Vidyalaya, Bidyutkunj Preparatory and Bidyutkunj Hobby Collective in Jorhat, Assam.

05/09/2025

06/06/2025

26/05/2025
      বিদ্যুৎকুঞ্জ জাতীয় বিদ্যালয়ে অহা ১১ এপ্ৰিল, ২০২৫ শুকুৰবাৰে ব’হাগ বিহু উদযাপন কৰিব। অসমীয়া নৱবৰ্ষ উদযাপনৰ বাবে স...
09/04/2025

বিদ্যুৎকুঞ্জ জাতীয় বিদ্যালয়ে অহা ১১ এপ্ৰিল, ২০২৫ শুকুৰবাৰে ব’হাগ বিহু উদযাপন কৰিব। অসমীয়া নৱবৰ্ষ উদযাপনৰ বাবে সকলো অভিভাৱক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে আমাৰ গ্ৰাউণ্ডফ্ল'ৰ হলত ​​হুছৰি পৰিবেশন কৰি একেলগে এসাজ খাব। সকলোকে সাদৰ নিমন্ত্ৰণ জনালোঁ 🙏

18/03/2025

      শ্ৰদ্ধাবৰেষু,সাদৰ প্ৰণাম লৱ।চলিত মাহৰ ইংৰাজী ৩/০২/২৫ তাৰিখ সোমবাৰে, মাঘমাহৰ শুক্লা পঞ্চমী তিথিত, শ্ৰী শ্ৰী বসন্ত ত...
01/02/2025

শ্ৰদ্ধাবৰেষু,
সাদৰ প্ৰণাম লৱ।
চলিত মাহৰ ইংৰাজী ৩/০২/২৫ তাৰিখ সোমবাৰে, মাঘমাহৰ শুক্লা পঞ্চমী তিথিত, শ্ৰী শ্ৰী বসন্ত তিথিৰ দিনা আমাৰ বিদ‍্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষয়িত্ৰী মিলিত হৈ শ্ৰী শ্ৰী আই বীনাপানি দেৱীৰ শ্ৰী চৰন-যুগলত এপাহি ফুল দিয়াৰ মানস কৰিছো।
সেই উপলক্ষে আপোনাক/ আপোনালোকক সাদৰে নিমন্ত্ৰন জনালোঁ। আশা কৰো সেইদিনা এখন্তেক দেখা দি আমাক উৎসাহিত কৰিব। 🙏 Happyland Kindergarten Jorhat

বিদ্যুতকুঞ্জ পৰিয়ালৰ তৰফৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🪔
31/10/2024

বিদ্যুতকুঞ্জ পৰিয়ালৰ তৰফৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🪔

Address

Bidyutkunj Jatiya Vidyalaya, NH 37, Charingia Tilikiam, West Jorhat
Jorhat
785006

Telephone

+917086093616

Website

Alerts

Be the first to know and let us send you an email when Bidyutkunj Jatiya Vidyalaya Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bidyutkunj Jatiya Vidyalaya Jorhat:

Shortcuts

Share

Category