হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়

  • Home
  • India
  • Jorhat
  • হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়

হিমকান্ত পূজাৰী জাতীয় বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়, Elementary School, Jorhat.

13/04/2022
সৰস্বতী পূজা বিশেষ......
05/02/2022

সৰস্বতী পূজা বিশেষ......

08/12/2021

পশ্চিম যোৰহাটৰ পুলিবৰৰ হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়ৰ বাবে এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক ৰ প্ৰয়োজন। ইচ্ছুক প্ৰাৰ্থী সকলে 9365479137 নম্বৰত যোগাযোগ কৰিব ।

আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৰ কেইটিমান মুহূৰ্ত...
16/11/2021

আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৰ কেইটিমান মুহূৰ্ত...

পৰ্বতীয়া গাঁওৰ ধৰ্মপ্ৰাণা মহিলা তথা আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰীমান অনিৰ্বাণ কলিতাৰ আইতাক ক্ষীৰদা কলিতা যোৱাকালি পৰলোক প্ৰা...
21/08/2021

পৰ্বতীয়া গাঁওৰ ধৰ্মপ্ৰাণা মহিলা তথা আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰীমান অনিৰ্বাণ কলিতাৰ আইতাক ক্ষীৰদা কলিতা যোৱাকালি পৰলোক প্ৰাপ্তি হয়। হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা বিদেহ আত্মাৰ শান্তি হকে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জনাইছোঁ।

15/08/2021
স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়ত পতাকা উত্তোলন কৰা হয়। বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলে এই মহামাৰী সময়ত ঘৰতে থাকি ঘৰুৱা সামগ...
15/08/2021

স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়ত পতাকা উত্তোলন কৰা হয়। বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলে এই মহামাৰী সময়ত ঘৰতে থাকি ঘৰুৱা সামগ্ৰীৰে জাতীয় পতাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।

হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা স্ব গৃহত একোটাকৈ গছ পুলি ৰোপণ কৰি দিৱস টি ...
05/06/2021

হিমকান্ত পূজাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা স্ব গৃহত একোটাকৈ গছ পুলি ৰোপণ কৰি দিৱস টি উদযাপন কৰে।

Address

Jorhat
785006

Website

Alerts

Be the first to know and let us send you an email when হিমকান্ত পূজাৰী জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share