25/06/2025
ইচ্ছুক সকলে যোগাযোগ কৰিব🙏🙏🙏
an institution of sattriya dance and music
25/06/2025
ইচ্ছুক সকলে যোগাযোগ কৰিব🙏🙏🙏
31/05/2025
আজি ঋক সংগীতালয়ৰ ছাত্ৰ ছাত্ৰী সকলক সত্ৰীয়া নৃত্য আৰু খোল ৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰমানপত্ৰ সমূহ বিতৰণ কৰা হয়।এই সুন্দৰ ফলাফলৰ বাবে সকলো ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।আগলৈ যাতে এওঁলোকে এই গুৰু সংস্কৃতিৰ লগত থাকি জীৱনত আগুৱাই যাব পাৰে সেয়ে ভগৱানৰ ওচৰত প্রার্থনা জনাইছোঁ।🙏🙏🙏
22/03/2025
21/03/2025 তাৰিখে যোৰহাটত আয়োজিত হোৱা অসম মহোৎসৱত ঋক সংগীতালয়ৰ নৃত্যানুষ্ঠান পৰিবেশন।
05/02/2025
05/02/2025
সৰস্বতী পূজা উপলক্ষে যোৰহাটৰ সদৰ তিনিআলিত অনুষ্ঠিত হোৱা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা ত ঋক সংগীতালয়ৰ ছাত্ৰী বাৰবি শইকীয়াই নিম্ন শাখাত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।তেওঁলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মৰম আৰু শুভেচ্ছা জনাইছো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
31/01/2025
আজি সত্ৰীয়া একাডেমী ,যোৰহাটৰ অধীনত ঋক সংগীতালয়ৰ সত্ৰীয়া নৃত্য আৰু খোল বাদ্যৰ বাৰ্ষিক ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হৈ যায়।আজি আমাৰ মাজত পৰীক্ষক হিচাপে উপস্থিত থাকি শ্ৰদ্ধাৰ দিলীপ ভূঞা অধ্যাপকে ছাত্ৰ ছাত্ৰী সকলক পৰীক্ষাৰ মাজতে যি বহুমূলীয়া উপদেশ দি উপকৃত কৰিলে তাৰ বাবে তেখেতক আমাৰ সংগীতালয়ৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু সেৱা জনালো।লগতে আমাৰ খোল বাদ্যৰ প্ৰশিক্ষক দীপক শইকীয়া আৰু ছাত্ৰ ছাত্ৰী সকলৰ কথা চিন্তা কৰি খাদ্যৰ ব্যৱস্থা কৰাৰ বাবে আমাৰ অভিভাৱক অভিভাৱিকা সকলকো মোৰ ফালৰ পৰা ধন্যবাদ আৰু মৰম যাচিলোঁ।
19/10/2024
আন এটি সুন্দৰ অনুষ্ঠানত আমাৰ মৰমৰ কণমানি ছাত্ৰী জেচিকা দত্ত আৰু অদৃজা দত্তৰ অনুষ্ঠান পৰিবেশন।দুয়োগৰাকীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
৫৭৬ তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তীত আমাৰ গাৱঁৰ নামঘৰত ঋক সংগীতালয়ৰ কণমানি দুটাৰ প্ৰথমবাৰ খোলবাদন পৰিবেশন
অভিপ্ৰিয়ম বৰা
শ্ৰুতিকঙ্কনা শইকীয়া।
18/10/2024
চেকনিধৰা যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা "কাতিৰ এসন্ধ্যা" অনুষ্ঠানত আমাৰ ছাত্ৰীসকল
04/02/2024
সত্ৰীয়া একাডেমিৰ অধীনত ঋক সংগীতালয়ৰ সত্ৰীয়া নৃত্য আৰু খোলবাদন ৰ বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হৈ যায়।
29/01/2024
ইনটেনডেমৰ দ্বাৰা আয়োজিত ঊনবিংশ অসম মহোৎসৱত আমাৰ ঋক সংগীতালয়ৰ ছাত্ৰীসকলক নৃত্য পৰিবেশন কৰিবলৈ এখন মঞ্চ দিয়াৰ বাবে অসম মহোৎসৱৰ সকলো বিষয় ববীয়া আৰু ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক বিশেষকৈ বন্দিতা দত্ত বৰদলৈ বাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।
| Friday | 3pm - 6pm |
| Saturday | 3pm - 6pm |
| Sunday | 3pm - 6pm |