09/07/2023
যোৱা ২১ মাৰ্চ,২০২৩ তাৰিখে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আয়োজন কৰা কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ কাইলৈ অৰ্থাৎ ১০ জুলাই,২০২৩, সোমবাৰে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া নৱাগত আদৰণি আৰু সম্বৰ্ধনা সভাত প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। গতিকে, বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক উক্ত অনুষ্ঠানটিত উপস্থিত থাকি, পুৰস্কাৰসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
সময়: ৯:৩০ বজাৰ পৰা
বিজয়ীসকলৰ নাম :
প্ৰথম স্থান (যুটীয়াভাৱে) : অনিন্দিতা বৰা (অষ্টম শ্ৰেণী)
শ্যামলীমা ভৰদ্বাজ (দ্বাদশ শ্ৰেণী)
দ্বিতীয় স্থান (যুটীয়াভাৱে): অভিলাস বৰা (দশম শ্ৰেণী)
বেদাংগ ভূষণ বৰা
তৃতীয় স্থান (যুটীয়াভাৱে): ৰিনিশা বৰা (অষ্টম শ্ৰেণী)
পাৰ্চী কাকতি (দ্বাদশ শ্ৰেণী)
সুগন্ধি বৰুৱা (ষষ্ঠ ষান্মাসিক)