Jorhat Institute of Science & Technology JIST Students' Union

Jorhat Institute of Science & Technology JIST Students' Union

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jorhat Institute of Science & Technology JIST Students' Union, Campus Building, JORHAT INSTITUTE OF SCIENCE AND TECHNOLOGY, Jorhat.

Photos from Jorhat Institute of Science & Technology JIST Students' Union's post 12/08/2018

[Revised Notice]
JISTians, Take Note!

Photos from Jorhat Institute of Science & Technology JIST Students' Union's post 12/08/2017

Jorhat Level Inter-Institution Quiz was successfully conducted in college premises in association with NSS unit,JISTSU' 16-17 and JIST Quiz Forum.
Congratulations to the winners.
Special thanks to Quiz master Rajib Goswami, Bhaskar Jyoti Khanikar Ankur J Bokolial Supranta Hazarika Arunabh Debendranath Konwar Bandit for their cooperation.

Photos 22/04/2017
Photos 12/12/2016

শ্ৰদ্ধাৰ JISTIAN,

বিগত সময়ছোৱাত JIST ৰ সমূহ ছাত্র-ছাত্ৰীয়ে সন্মুখীন হৈ অহা কিছু সমস্যাৰ খতিয়ান যোৱা ৩০/১১/২০১৬ তাৰিখে উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত দাঙি ধৰা হৈছিলে। চমুতে সমস্যাসমূহ -

১/ সুচল খেলপথাৰৰ সমস্যা।
২/ছাত্ৰীবাসৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণকৰণ।
৩/ Street light ৰ অভাৱ।
৪/ চৌহদৰ ভিতৰচ'ৰা পথৰ পকীকৰণ।

আবেদনমৰ্মে সমস্যাসমূহৰ বিষয়ে কৰ্তৃপক্ষৰ তৰফৰ পৰা লাভ কৰা প্ৰত্যুত্তৰ তলত দিয়া ধৰণৰ -

১/ খেলপথাৰ নিৰ্মাণ বা সুচল কৰাৰ সম্পূৰ্ণ দায়িত্ব শ্ৰদ্ধাৰ "ড° চন্দ্ৰ চুতীয়া" ছাৰৰ অধীনত। তেখেতে প্ৰদান কৰা প্ৰতিশ্ৰুতি মতে নৱবৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম পষেকতে এই সমস্যা সম্পূৰ্ণৰূপে সমাধান হৈ উঠিব।

২/ ছাত্ৰীনিবাসৰ সম্পূৰ্ণকৰণৰ কাম যোৰহাট জিলাৰ উপায়ুক্তৰ অধীনত। আধৰুৱা কাম অতি সোনকালে সম্পূৰ্ণ কৰি তুলিবলৈ আমি প্ৰথমে আবেদন জনাম। যদিহে কোনো সন্তোষজনক উত্তৰ নাপাওঁ, তেতিয়া ফেব্ৰুৱাৰী মাহৰ শেষৰ সময়ছোৱাত আমি সকলোৰে সহযোগিতাত এই কামৰ সম্পূৰ্ণকৰণৰ বাবে বেলেগ পন্থা হাতত লবলৈ বাধ্য হ'ম। এইক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষই সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে।

৩/ পথৰ বিজুলীবাতিৰ সমস্যা অতি শীঘ্ৰেই সমাধানৰ দিহা কৰা হ'ব বুলি জনোৱা হৈছে।

৪/ পথ পকীকৰণৰ কামটো পূৰ্বেও চর্চালৈ আহিছিলে। কিন্তু দুৰ্ভাগ্যবসত চৰকাৰ সলনি হোৱাৰ ফলত কামটো পিছপৰি ৰ'ল। গতিকে চৰকাৰক এই বিষয়ে পুনৰ অৱগত কৰি, ইয়াৰ সমাধানৰ পথ মুকলি কৰিবলৈ যথাযথ চেষ্টা চলোৱা হ'ব বুলি জনোৱা হৈছে।

::জয়তু JIST::
::জয়তু JISTSU::

ধন্যবাদ -
শ্ৰী অসীম কাকতি
সাধাৰণ সম্পাদক
ছাত্র একতা সভা,
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান।
যোৰহাট - ১০

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Category

Address


JORHAT INSTITUTE OF SCIENCE AND TECHNOLOGY
Jorhat
785010

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm