National Telegraph Girls' High School

National Telegraph Girls' High School Assamese medium Girls' High School under Secondary Education Department, Government of Assam.

28/02/2026

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
তাং -২৮/০২/২০২৬

তাং -০৫/০৯/২০২৫৬৪ তম্ শিক্ষক দিৱস উদযাপনৰ কিছু দৃশ্যাংশ।
05/09/2025

তাং -০৫/০৯/২০২৫
৬৪ তম্ শিক্ষক দিৱস উদযাপনৰ কিছু দৃশ্যাংশ।

বিদ্যালয়ত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন 💐
15/08/2025

বিদ্যালয়ত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন 💐

অসম চৰকাৰৰ ' আৰোহণ ' আঁচনিৰ অধীনত বিদ্যালয়ৰ দশম শ্ৰেণীৰ প্ৰাক্তন 'mentee' ছাত্ৰী তথা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ...
08/04/2025

অসম চৰকাৰৰ ' আৰোহণ ' আঁচনিৰ অধীনত বিদ্যালয়ৰ দশম শ্ৰেণীৰ প্ৰাক্তন 'mentee' ছাত্ৰী তথা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী ত্ৰিদীশা বৰুৱাই এটা টেবলেট লাভ কৰে।

উৎসৱ বিদ্যাৰম্ভ ২০২৫-২৬📚📝২০২৫-২৬ শিক্ষাবৰ্ষৰ আৰম্ভণিতে ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু চাইকেল বিতৰণ ।তাং - ০১/০৪/২০...
02/04/2025

উৎসৱ বিদ্যাৰম্ভ ২০২৫-২৬📚📝
২০২৫-২৬ শিক্ষাবৰ্ষৰ আৰম্ভণিতে ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু চাইকেল বিতৰণ ।
তাং - ০১/০৪/২০২৫

২০২৪-২৫ শিক্ষাবৰ্ষত শ্ৰেণীত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে বিভিন্ন দিশত উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱাৰ বাবে ষষ্ঠ শ্ৰেণীৰ আনচিকা...
01/04/2025

২০২৪-২৫ শিক্ষাবৰ্ষত শ্ৰেণীত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে বিভিন্ন দিশত উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱাৰ বাবে ষষ্ঠ শ্ৰেণীৰ আনচিকা যাদৱ, সপ্তম শ্ৰেণীৰ আনোৱাৰা বেগম আৰু নাজবিন চুলতানাক পুৰস্কৃত কৰা হয়।
তাং - ২৯-০৩-২০২৫

Secured 'A' grade in Gunotsav 2025
31/03/2025

Secured 'A' grade in Gunotsav 2025

'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' উপলক্ষ্যে বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী আৰু যোৰহাট তাৰকাগৃহৰ অনুষ্ঠানত ছাত্ৰীসকলৰ অংশগ...
28/02/2025

'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' উপলক্ষ্যে বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী আৰু যোৰহাট তাৰকাগৃহৰ অনুষ্ঠানত ছাত্ৰীসকলৰ অংশগ্ৰহণৰ কিছু মূহুৰ্ত।
তাং- ২৮/০২/২০২৫


বিদ্যালয়ত সম্পন্ন হৈ যোৱা সৰস্বতী পূজাৰ কিছু আলোকচিত্ৰ #সৰস্বতী পূজা ২০২৫তাং- ০৩/০২/২০২৫
04/02/2025

বিদ্যালয়ত সম্পন্ন হৈ যোৱা সৰস্বতী পূজাৰ কিছু আলোকচিত্ৰ
#সৰস্বতী পূজা ২০২৫
তাং- ০৩/০২/২০২৫

২০২৪-২৫ বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ বিদায় সভাৰ কিছু মূহূৰ্ত ।তাং - ২৪/০১/২০২৫ ।
24/01/2025

২০২৪-২৫ বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ বিদায় সভাৰ কিছু মূহূৰ্ত ।

তাং - ২৪/০১/২০২৫ ।

Address

Mithapukhuri, Sonaru Path, Near Head Post Office Jorhat
Jorhat
785001

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12:10pm

Website

Alerts

Be the first to know and let us send you an email when National Telegraph Girls' High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category