Angahar kalatirtha

Angahar kalatirtha A Dance,Drama and Music School

15/08/2026

আমাৰ যোগাসনৰ প্ৰশিক্ষাৰ্থীসকলক ষটকৰ্ম(জলনেতি)ৰ প্ৰশিক্ষণ দিয়াৰ দৃশ‍্য।


আমাৰ অংগহাৰ কলাতীৰ্থৰ উদ‍্যোগত আয়োজন কৰা নাট‍্য কৰ্মশালাৰ সামৰণি অনু্ষ্ঠানভাগি যোৱা ৩১জুলাই ২০২৬ তাৰিখে অনুষ্ঠিত কৰা হয়।...
09/08/2026

আমাৰ অংগহাৰ কলাতীৰ্থৰ উদ‍্যোগত আয়োজন কৰা নাট‍্য কৰ্মশালাৰ সামৰণি অনু্ষ্ঠানভাগি যোৱা ৩১জুলাই ২০২৬ তাৰিখে অনুষ্ঠিত কৰা হয়।

নাটক- চেল বেল দ‍্য ষ্টৰি অফ পাষ্ট
পৰিকল্পনা/পৰিচালনা- নবদিপ দত্ত
নাট‍্যকাৰ- অভিজিত নাথ

31/07/2026

SEL BEL- the story of past 🎭🎭

অহা ৩১ জুলাই অৰ্থাৎ অহা কাইলৈ আমাৰ নাট‍্য কৰ্মশালাৰ প্ৰযোজনাভিত্তিক নাট “চেল বেল” চাবলৈ সকলোকে নিমন্ত্ৰণ জনালো🙏
30/07/2026

অহা ৩১ জুলাই অৰ্থাৎ অহা কাইলৈ আমাৰ নাট‍্য কৰ্মশালাৰ প্ৰযোজনাভিত্তিক নাট “চেল বেল” চাবলৈ সকলোকে নিমন্ত্ৰণ জনালো🙏

আজি আমাৰ বিদ‍্যালয়ৰ যোগাসনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা💐আন্তৰিক অভিনন্দন আটাইকেইগৰাকীলৈকে
26/07/2026

আজি আমাৰ বিদ‍্যালয়ৰ যোগাসনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা💐
আন্তৰিক অভিনন্দন আটাইকেইগৰাকীলৈকে

এনাজৰী চিত্রকলা আৰু সাংস্কৃতিক কেন্দ্ৰৰ পঞ্চম বার্ষিক প্রতিষ্ঠা দিৱস উদযাপনত "এনাজৰী" আৰু "বিহুৱান" ৰ যৌথ উদ্যোগত আয়োজি...
19/07/2026

এনাজৰী চিত্রকলা আৰু সাংস্কৃতিক কেন্দ্ৰৰ পঞ্চম বার্ষিক প্রতিষ্ঠা দিৱস উদযাপনত "এনাজৰী" আৰু "বিহুৱান" ৰ যৌথ উদ্যোগত আয়োজিত হোৱা খোলবাদন প্রতিযোগিতাত আমাৰ খোল বাদনৰ ছাত্র সাংগৰানা দত্তই খোল-বাদন প্ৰতিযোগিতাৰ নিম্ন শাখাত দ্বিতীয় স্হান লাভ কৰে।
অভিনন্দন সাৰাংগ💐সফলতাৰে আগুৱাই যাবা সদায় এনেকৈয়ে

18/07/2026

Workshop day 2

14/07/2026

মাজত মাত্ৰ ২টা দিন ।বিগত বৰ্ষৰ দৰে এইবাৰো এনেদৰেই সাজু হৈছো আমি 🙏

Address

Jorhat

Alerts

Be the first to know and let us send you an email when Angahar kalatirtha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share