25/03/2023
কাৰ্যসূচী ২
বাহনা মহাবিদ্যালয় ছাত্ৰী নিবাসৰ ছাত্ৰী সকলক আমাৰ কমিটি খনৰ সৈতে পৰিচয় কৰোৱা লগতে তেওঁলোকৰ সৈতে বৰ্তমান সময়ত চলি থকা Social media -- Facebook , Instagram ৰ ভূৱা Account ৰ বিপদৰ পৰা সাৱধানতা বিষয়ে আলোচনা কৰা।