Legal Help Assam

Legal Help Assam

Share

Legal Help, Free Legal Consultant.

12/01/2023

জামিন (Bail) আৰু আগতীয়া জামিন (Anticipatory Bail) ৰ মাজত পাৰ্থক্য কি ?
-- সাধাৰণ অৰ্থত কবলৈ হলে জামিন হৈছে, যেতিয়া পুলিচে এজন মানুহক ধৰি লৈ যায় আৰু জেলৰ পৰা তেম্পৰী কে ওলাই আহিবলৈ যিটো প্ৰক্ৰিয়া কৰ্ত ত কৰা হয় সেইটো হৈছে জামিন। কিন্তু জামিন লোৱাৰ পাছত কৰ্ট ত হুনানিৰ সময়ত যেতিয়াই যি সময়ত কোৰ্ট ত মানুহ জনক বিচাৰিব তেওঁ হাজিৰ হোৱাটো বাধ্যতামূলক।
আৰু যদিহে কোনো ব্যক্তিয়ে কিবা অপৰাধ কৰে বা নকৰে তেওঁৰ উপৰত যদি গোচৰ ৰুযো হয়। আৰু ব্যক্তি জনে ভাবে যে তেওঁক যিকোনো মূহুত্বতে পুলিচে ধৰি নিব পাৰে। তেনে ক্ষেত্ৰত তেওঁ পুলিচে নধৰাত আগতে যদি জামিন লব বিচাৰে তেন্তে কিছুমান ক্ষেত্ৰত তেওঁ আগতীয়াকৈ জামিন লাভ কৰে। আৰু হেইটোৱেয়ে হৈছে আগতীয়া জামিন।
**আইনৰ যিকোনো সহায়ৰ বাবে মেচেজ কৰিব পাৰে**

04/01/2023

ভাৰতত মদ খাই গাড়ী চলুৱাটো এটা ডাঙৰ অপৰাধ। আৰু মদ খাই গাড়ী চলোৱা অৱস্থাত পালে পুলিচে জৰিমনা লয় বুলি সকলোৱে জানে। কিন্তু বহুত মানুহে ভাবে যদিহে চালক জনে মদ নুখোৱাকৈ যায় আৰু পাছত বহি থকা জনে মদ খাই গাড়ী ত বহি যায় তেতিয়া কোনো জৰিমনা নহয় তেন্তে সেইয়া একেবাৰে ভুল ধাৰণা।
কাৰণ ভাৰতীয় আইনৰ মতে গাড়ী চালকে মদ খাই নগলেও যদিহে পাছত বহি থকা জনে মদ খায় যায় তেতিয়া জৰিমনা ভৰিব লাগিব।
আৰু সেই জৰিমনা 6 মাহ জেইল বা 10000 টকা হব পাৰে। নথুবা দুইটাই হব পাৰে।

** আইনী যিকোনো কথা জানিবলৈ inbox t মেচেজ কৰিব পাৰে। **

04/01/2023

IPC 498A কি হয়।
-- বিবাহিত মহিলাৰ উপৰত যেতিয়া মহিলা গৰাকীৰ স্বামীয়ে, বা স্বামীৰ পৰিয়ালে অত্যাচাৰ, মাৰ পিত, দম দিয়া, মানসিক অশান্তি ইত্যাদি এনেকুৱা কিছুমান কাম কৰে তেতিয়া স্বামী আৰু স্বামীৰ পৰিয়ালৰ উপৰত IPC 498A ধাৰাত গোচৰ ৰুজো কৰা হয়।
আৰু এই গোচৰ প্ৰমাণিত হলে স্বামী আৰু স্বামীৰ পৰিয়ালৰ 3 বছৰ জেল তথা জৰিমনা বহন কৰিব লগীয়া হব পাৰে।

***আইনী যিকোনো সহায় লবলৈ inbox ত মেছেজ কৰিব পাৰে***

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Website

Address


Jorhat
785001