25/03/2023
বিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক গোট মূল্যায়ণৰ ফলাফল ঘোষণাৰ কিছু মুহূৰ্ত।
★ ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ ছাত্র: চাজিজুৰ আলি(৯২.৪%) পঞ্চম শ্ৰেণী।
সকলো ছাত্র-ছাত্ৰীলৈ অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। আগন্তুক শিক্ষাবৰ্ষ তোমালোকৰ বাবে শুভ হওঁক।