133 No Bongalpukhuri Adarsha LPS

133 No Bongalpukhuri Adarsha LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 133 No Bongalpukhuri Adarsha LPS, School, NA Ali, Jorhat.

25/12/2025
আমাৰ বিদ্যালয়ৰ ওচৰৰ এটা পৰিয়ালয়ে তেওঁলোকৰ কণমানিজনীৰ জন্মদিন উপলক্ষে ছাত্ৰ-ছাত্ৰীসকললৈ  শৈক্ষিক সামগ্ৰীৰ টোপোলা আৰু তেওঁ...
24/12/2025

আমাৰ বিদ্যালয়ৰ ওচৰৰ এটা পৰিয়ালয়ে তেওঁলোকৰ কণমানিজনীৰ জন্মদিন উপলক্ষে ছাত্ৰ-ছাত্ৰীসকললৈ শৈক্ষিক সামগ্ৰীৰ টোপোলা আৰু তেওঁলোকলৈ লঘু আহাৰৰ টোপোলা আগবঢ়ায়।
আমি কণমানিজনীৰ জন্মদিনৰ বহুত শুভেচ্ছা আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ মাজত"পথচাৰী জীৱ জন্তুৰ সৈতে সুৰক্ষিত আচৰণ বিধি আৰু কুকুৰে কামোৰা পিছত প...
19/12/2025

ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ মাজত
"পথচাৰী জীৱ জন্তুৰ সৈতে সুৰক্ষিত আচৰণ বিধি আৰু কুকুৰে কামোৰা পিছত প্ৰাথমিক চিকিৎসা"ৰ সজাগতা সভা
ডাক্তৰ মিনাক্ষী কলিতা বাইদেউলৈ অশেষ ধন্যবাদ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ বিষয় সন্দৰ্ভত অৱগত কৰাৰ বাবে।

বাৰ্ষিক খেল ধেমালি ২০২৫
17/12/2025

বাৰ্ষিক খেল ধেমালি ২০২৫

School week
09/12/2025

School week

বঙালপুখুৰীস্থিত এটা কেক প্ৰতিষ্ঠানে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ কেকৰ পেকেট আগবঢ়ায় ।
19/11/2025

বঙালপুখুৰীস্থিত এটা কেক প্ৰতিষ্ঠানে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ কেকৰ পেকেট আগবঢ়ায় ।

19/11/2025
18th November, 2025
18/11/2025

18th November, 2025

Address

NA Ali
Jorhat
785001

Telephone

+917399904499

Website

Alerts

Be the first to know and let us send you an email when 133 No Bongalpukhuri Adarsha LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 133 No Bongalpukhuri Adarsha LPS:

Shortcuts

Share

Category