হাজৰিকা চুক প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Jorhat
  • হাজৰিকা চুক প্ৰাথমিক বিদ্যালয়

হাজৰিকা চুক প্ৰাথমিক বিদ্যালয় school activities

বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম বিতৰণ কাৰ্যসূচীLipika Das
02/04/2026

বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম বিতৰণ কাৰ্যসূচী
Lipika Das

TaRL ৰ Midline Assessment লোৱাৰ কিছু আলোকচিত্ৰ।১৭/১২/২০২৫
23/12/2025

TaRL ৰ Midline Assessment লোৱাৰ কিছু আলোকচিত্ৰ।
১৭/১২/২০২৫

"সজাগতা সভা"বিষয়: পথচাৰী জীৱ-জন্তৰ সৈতে সুৰক্ষিত আচৰণ বিধি আৰু কুকুৰে কামোৰাৰ পিছত প্ৰাথমিক চিকৎসা।১৯/১২/২০২৫
23/12/2025

"সজাগতা সভা"
বিষয়: পথচাৰী জীৱ-জন্তৰ সৈতে সুৰক্ষিত আচৰণ বিধি আৰু কুকুৰে কামোৰাৰ পিছত প্ৰাথমিক চিকৎসা।
১৯/১২/২০২৫

মুকলি পৰিৱেশৰ মাজত বিদ্যালয়ত শনিবৰীয়া চ'ৰা উদযাপন 💐💐*কাগজেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ *কাপোৰেৰে ফুল তৈয়াৰ*চিত্ৰাংকণ২০/১২...
23/12/2025

মুকলি পৰিৱেশৰ মাজত বিদ্যালয়ত শনিবৰীয়া চ'ৰা উদযাপন 💐💐
*কাগজেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ
*কাপোৰেৰে ফুল তৈয়াৰ
*চিত্ৰাংকণ
২০/১২/২০২৫

বিদ্যালয়ত প্ৰয়াত জুবিন গাৰ্গদেৱৰ জন্মদিন উপলক্ষ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা মূহুৰ...
23/12/2025

বিদ্যালয়ত প্ৰয়াত জুবিন গাৰ্গদেৱৰ জন্মদিন উপলক্ষ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা মূহুৰ্তৰ কিছু আলোকচিত্ৰ। চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে চিত্ৰশিল্পী তথা আমাৰ বিদ্যাঞ্জলী এপৰ সদস্য ধ্ৰুৱ বৰা।

22 ডিচেম্বৰত CSF ৰ ৰাজ্যিক প্ৰালোচক সুমিত কুমাৰ মহোদয়, জিলা FLN প্ৰালোচক লিৱনিতা কাশ্যপ আৰু BRP টুইংকল গগৈৰ বিদ্যালয় প...
23/12/2025

22 ডিচেম্বৰত CSF ৰ ৰাজ্যিক প্ৰালোচক সুমিত কুমাৰ মহোদয়, জিলা FLN প্ৰালোচক লিৱনিতা কাশ্যপ আৰু BRP টুইংকল গগৈৰ বিদ্যালয় পৰিদৰ্শন কিছু মূহুৰ্ত😊।

বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিন🧿🧿
09/12/2025

বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিন🧿🧿

বিদ্যালয়ত দিব্যাংগ সপ্তাহ উদযাপন 🌸
09/12/2025

বিদ্যালয়ত দিব্যাংগ সপ্তাহ উদযাপন 🌸

Address

Hazarika Chuk
Jorhat

Website

Alerts

Be the first to know and let us send you an email when হাজৰিকা চুক প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share