চন্দ্ৰকলা Chandrakala

চন্দ্ৰকলা Chandrakala

Share

Basically, CHANDRAKALA is an institute of classical dance like Bharat Natyam, Kathak Dance & Satriya Dance along with Creative Dance.

02/10/2023

.

Photos from চন্দ্ৰকলা Chandrakala's post 21/09/2023

31st August, 2023
#ঘুংগুৰু_প্ৰদান চন্দ্ৰকলাৰ কথক নৃত্যৰ নতুন জেষ্ঠ ছাত্ৰী ডা: সঞ্জিতা হাজৰিকা

These students are inspiring to others.

08/09/2023

#চন্দ্ৰকলা ৰ ২০২২-২০২৩ বৰ্ষৰ পৰীক্ষাৰ #ফলাফল (পশ্চিমবংগৰ সুৰভাৰতী সংগীত কলাকেন্দ্ৰ বৰ্ডৰ অধীনত)

চন্দ্ৰকলাৰ পৰীক্ষাৰ্থী সকলৰ ফলাফল -
মুঠ পৰীক্ষাৰ্থী ১৪৯ গৰাকীৰ ২৪ গৰাকীয়ে সোণৰ পদক লাভ কৰিছে।
ডিষ্টিংচন - ৩৪
প্ৰথম স্থান - ৯৫
দ্বিতীয় স্থান - ০৪
তৃতীয় স্থান - নাই
অনুত্তীৰ্ণ - ০২
অনুপস্থিত - ১৪

সকলো পৰীক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।

Photos from চন্দ্ৰকলা Chandrakala's post 24/07/2023

23rd July 2023 ৃত্যৰ_অনুষ্ঠান
চন্দ্ৰকলাৰ তিনি গৰাকী জেষ্ঠ ছাত্ৰীয়ে পৰিবেশন কৰিলে বন্দনা আৰু তাৰাণা।

নৃত্যাঞ্জলী একাডেমীৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত চন্দ্ৰকলা Chandrakala ক কথক নৃত্য পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনোৱাৰ বাবে অভিজিত বৰুৱা দেৱক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

22/06/2023

২০ জুন ২০২৪
ৰাভা দিৱস, যোৰহাট সাংস্কৃতিক মঞ্চ
চন্দ্ৰকলাৰ ছাত্ৰীৰ কথক নৃত্যৰ আধাৰত ৰাভাদেৱৰ গীতত নৃত্য পৰিৱেশন

Photos from চন্দ্ৰকলা Chandrakala's post 22/06/2023

20th June, 2023
"যোৰহাট সাংস্কৃতিক মঞ্চ"ৰ ৰাভা দিৱসৰ অনুষ্ঠানত #চন্দ্ৰকলাৰ কেইগৰাকীমান ছাত্ৰীৰ কথক নৃত্যৰ আধাৰত ৰাভাদেৱৰ গীতত নৃত্য পৰিৱেশন

Photos from চন্দ্ৰকলা Chandrakala's post 18/04/2023

18 April, 2023
যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সাত বিহুতলীৰ আজিৰ সাংস্কৃতিক অনুষ্ঠানত #চন্দ্ৰকলা ক নিমন্ত্ৰণ জনোৱাৰ বাবে আমাৰ কেইগৰাকীমান ছাত্ৰীয়ে এটি নৃত্যানুষ্ঠান পৰিৱেশন কৰে।

07/04/2023

#নৃত্যাৰ্ঘ্য_২০২৩
চন্দ্ৰকলাৰ ত্ৰয়োদশ বাৰ্ষিক নৃত্যানুষ্ঠানটিলৈ সকলোকে সাদৰৰে নিমন্ত্ৰণ জনালোঁ.... 🙏

Photos from চন্দ্ৰকলা Chandrakala's post 28/02/2023

12th February, 2023 (Prectical Exam)
2022-2023
Chandrakala Jorhat Assam
Exam Conducted by Suro Bharati Sangeet Kala Kendra, West Bengal
পশ্চিমবংগৰ সুৰভাৰতী সংগীত কলাকেন্দ্ৰৰ অধীনত এইবৰ্ষত #চন্দ্ৰকলাৰ ভাৰত নাট্যম, কথক নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ পৰীক্ষাত ১৪৯ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। পশ্চিমবংগৰ পৰীক্ষা বৰ্ডৰ পৰা পৰীক্ষক হিচাপে পঠিয়াই বিশিষ্ঠ নৃত্যগুৰু #ৰুমা_ভট্টাচাৰ্য্য বাইদেউক।

Photos from চন্দ্ৰকলা Chandrakala's post 26/01/2023


সৰস্বতী পূজাৰ স্থলীত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত অনুষ্ঠিত মনোৰঞ্জন মূলক বিভিন্ন খেলধেমালিৰ পুৰস্কাৰ বিতৰণ

Photos from চন্দ্ৰকলা Chandrakala's post 26/01/2023

চন্দ্ৰকলাৰ সৰস্বতী পূজা ২০২৩

24/01/2023

নিমন্ত্ৰণ জনালোঁ 🙏

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Jorhat
785001